পলিফেজ একাধিক ভাইৰাছৰ সকলোবোৰ কণা ইটোৰ পিছত সিটোকৈ একোটা কোট প্ৰ’টিনৰ গোটৰ ভিতৰত আবদ্ধ হৈ থকা বেক্টেৰিয়াফেজৰ জিন’মিক মাল্টিমাৰ। এই পৰিঘটনা ফিলামেণ্টাছ ফেজৰ বৈশিষ্ট্য।১২
তথ্যসূত্ৰ
- ↑ Pratt, D. (1969). Conditional lethal mutants of the small filamentous coliphage M13: II. Two genes for coat proteins. Virology. পৃ. 42–53
- ↑ Lopez, J; Webster, RE. (May 1983). Morphogenesis of filamentous bacteriophage f1: orientation of extrusion and production of polyphage.. Virology. পৃ. 177–93
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পলিফেজ” প্ৰবন্ধৰ সংশোধন ৬৩৪৫৪৮ (৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।