বাটালি পাহাৰ বাংলাদেশৰ চিটাগং চহৰ থকা সৰ্বোচ্চ পাহাৰ। চহৰৰ মাজ-মজিয়াৰপৰা প্ৰায় ১ কিলোমিটাৰ নিলগত টাইগাৰ পাছ ক্ৰছিঙৰ ওচৰত অৱস্থিত আৰু খুলশী থানাৰ অন্তৰ্গত।
প্ৰায় ২৮০ ফুট উচ্চতাত১ এই পাহাৰটো অবৈধ পাহাৰ খননৰ বাবে খহনীয়া আৰু ভূমিস্খলনৰ ভয়াবহতাৰ সন্মুখীন হয়।২ ২০০৭ চনৰ জুন মাহত বটালি পাহাৰৰ আশে-পাশে থকা অঞ্চলত হোৱা বৃহৎ ভূমিস্খলনত কমেও ১২৮ জন লোকৰ মৃত্যু হৈছিল।
পাহাৰত বাংলাদেশ মুক্তিযুদ্ধৰ শ্বহীদসকলক স্মৰণ কৰি ৰখা চিৰন্তন শিখা (শিখা অনিৰ্বান)ও আছে।৩
তথ্যসূত্ৰ
- ↑ Osmany, Shireen Hasan. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ (2007-06-12). Mindless hill-cutting caused mudslide. The Daily Star
- ↑ Bhuiyan, Golam Kibria. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাটালি পাহাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫৩৮৩ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।