অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০১৫)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১৪ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানতাকাকি কাজিতা (Takaaki Kajita)নিউট্ৰিন' দোলনৰ আৱিষ্কাৰৰ বাবে, যিয়ৈ দেখুৱাবলৈ সক্ষম হয় যে নিউট্ৰিন' কণাৰ ভৰ আছে ("for the discovery of neutrino oscillations, which shows that neutrinos have mass")
Xxx.jpgআৰ্থাৰ বি. মেক্‌ড'নাল্ড (Arther B. McDonald)
২ৰসায়ন বিজ্ঞানXxx.jpgটমাছ লিণ্ডেল (Tomas Lindahl)ডিএনএ মেৰামতিৰ কৌশল সম্বন্ধীয় গৱেষণাৰ বাবে ("for mechanistic studies of DNA repair"
Xxx.jpgপল মড্ৰিখ্‌ (Paul Modrich)
Xxx.jpgআজিজ ছেনকেৰ (Aziz Sancar)
৩ফিজিঅ'লজী বা মেডিচিনXxx.jpgউইলিয়াম চি. কেম্পবেল (William C. Campbell)ঘূৰণীয়া কৃমিৰ সংক্ৰমণৰ বিৰূদ্ধে এক নৱ্য চিকিৎসা পদ্ধতি আৱিস্কাৰৰ বিষয়ে কৰা গৱেষণাৰ বাবে ("for their discoveries concerning a novel therapy against infections caused by roundworm parasites")
Xxx.jpgশ্বাট'ছি ওমুৰা (Satoshi Ōmura)
Xxx.jpgয়ুয়ু টু (Youyou Tu)মেলেৰিয়াৰ বিৰূদ্ধে এক নৱ্য চিকিৎসা পদ্ধিতৰ আৱিষ্কাৰৰ বিষয়ে কৰা গৱেষণাৰ বাবে ("for her discoveries concerning a novel therapy against Malaria")
৪সাহিত্যXxx.jpgস্বেতলানা এলেক্সিয়েভিচ্‌ (Svetlana Alexievich)এই সময়ৰ দুখ-কষ্ট আৰু সাহসৰ প্ৰতিমূৰ্তিস্বৰূপ তেখেতৰ বহুধ্বনিক লিখনীৰ বাবে ("for her polyphonic writings, a monument to suffering and courage in our time")
৫শান্তিৰ ন'বেল বঁটানেশ্যনেল ডাইলগ কোৱাৰ্টেট (National Dialogue Quartet)২০১১-ৰ জেছমিন বিপ্লৱৰ সময়ত টিউনিছিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে লোৱা সাহসী পদক্ষেপৰ বাবে ("for its decisive contribution to the building of a pluralistic democracy in Tunisia in the wake of the Jasmine Revolution of 2011")
৬অৰ্থনীতিএংগাছ ডিটন (Angus Deaton)ভোগ, দাৰিদ্ৰ্য, আৰু কল্যাণৰ বিষয়ে কৰা বিশ্লেষণাত্মক গৱেষণাৰ বাবে ("for his analysis of consumption, poverty, and welfare")

তথ্য সংগ্ৰহ

www.nobelprize.org/nobel_prizes/lists/year/index

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০১৫)” প্ৰবন্ধৰ সংশোধন ৫৬০৮৩২ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।