অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০১০)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১০ বৰ্ষৰ এই বঁটা লাভ কৰা ব্যক্তিসকল হ'ল:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানআন্দ্ৰে জিম (Andre Geim)"দ্বিমাত্ৰিক পদাৰ্থ গ্ৰাফিমৰ বিষয়ে কৰা যুগান্তকাৰী পৰীক্ষণৰ বাবে"("for groundbreaking experiments regarding the two-dimensional material graphene"").১
কনষ্টানটিন ন'ভ'ছেল'ভ (Konstantin Novoselov)
২ৰসায়ন বিজ্ঞানRichard Fred Heck cropped.jpgৰিচাৰ্ড এফ. হেক (Richard F. Heck)"জৈৱ সংশ্লেষণৰ বাবে পেলাডিয়াম অনুঘটকৰ দ্বাৰা প্ৰস্থীয় যুগ্মন" ("for palladium-catalyzed cross couplings in organic synthesis".)২
Ei-ichi Negishi 3.jpgআই-ইচি নেগিছি (Ei-ichi Negishi)বাসস্থান:
Akira Suzuki 3.jpgআকিৰা ছুজুকি (Akira Suzuki)
৩ফিজিঅ'লজী বা মেডিচিনXxx.jpgৰবাৰ্ট জি. এড্‌ৱাৰ্ড্‌ছ Robert G. Edwards)"কৃত্ৰিম নি:ষেচনৰ বিকাশৰ বাবে" ("Development of in vitro fertilization".)৩
৪সাহিত্যMario Vargas Llosa (2010).jpgমাৰিঅ' ভাৰ্গাছ লোছা (Mario Vargas Llosa)"তেখেতৰ ক্ষমতাৰ গঠনৰ অংকন আৰু ব্যক্তিগত বিৰোধ, বিদ্ৰোহ আৰু পৰাজয়ৰ মৰ্মভেদী চিত্ৰাংকনৰ বাবে" ("for his cartography of structures of power and his trenchant images of the individual's resistance, revolt, and defeat")৪
৫শান্তিৰ ন'বেল বঁটাXxx.jpgলিউ ঝিয়াব' (Liu Xiaobo)"চীনত মৌলিক মানৱাধিকাৰৰ বাবে চলাই যোৱা সুদীৰ্ঘ অহিংস সংগ্ৰামৰ বাবে" ("for his long and non-violent struggle for fundamental human rights in China".)৫
৬অৰ্থনীতিPeter Diamond (economist).jpgপিটাৰ এ. ডায়েমণ্ড (Peter A. Diamond)"সন্ধানী ঘৰ্ষণৰ মাজেৰে কৰা বজাৰ অধ্যয়নৰ বাবে" ("for their analysis of markets with search frictions")৬
Dale Mortensen 2.jpgডেল টি. মৰ্টেনছেন (Dale T. Mortensen)
ক্ৰিষ্ট'ফাৰ এ. পিছাৰিডেছ (Christopher A. Pissarides)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Nobel Prize in Physics 2010". Nobelprize.org. 26 Oct 2012 www.nobelprize.org/nobel_prizes/physics/laureate
  2. ↑ "The Nobel Prize in Chemistry 2010". Nobelprize.org. 26 Oct 2012 www.nobelprize.org/nobel_prizes/chemistry/laurea
  3. ↑ "The Nobel Prize in Physiology or Medicine 2010. Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/medicine/laureat
  4. ↑ "The Nobel Prize in Literature 2010. Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/literature/laure
  5. ↑ "The Nobel Peace Prize 2010". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/peace/laureates/
  6. ↑ "The Prize in Economic Sciences 2010". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/economics/laurea

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০১০)” প্ৰবন্ধৰ সংশোধন ৫৬০৮২৮ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।