অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০০৩)

২০০৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ২৫ ছেপ্তেম্বৰ ২০২৪ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

২০০৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

১পদাৰ্থ বিজ্ঞানএলেক্সি এ. এব্ৰিক'ছ'ভ Alexei A. Abrikosov"অতিপৰিবাহী আৰু অতিতৰলৰ তত্বৰ প্ৰতি আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে" ("for pioneering contributions to the theory of superconductors and superfluids")
Виталий Лазаревич Гинзбург.jpgভিটালী এল. গিন্‌জবাৰ্গ Vitaly L. Ginzburg
Nobel Laureate Sir Anthony James Leggett in 2007.jpgএণ্টনি জে. লেগেট Anthony J. Leggett
২ৰসায়ন বিজ্ঞানPeter agre LR.pngপিটাৰ আগ্ৰে Peter Agre"কোষাৱৰণৰ প্ৰণালীসমূহ আৱিষ্কাৰৰ ক্ষেত্ৰত কৰা গৱেষণাৰ বাবে" পিটাৰ আগ্ৰেলৈ "জল প্ৰণালীৰ আৱিষ্কাৰৰ বাবে" ৰড্‌ৰিক মেক্‌কিন'নলৈ "আয়ন প্ৰণালীৰ গঠন আৰু কাৰ্যপ্ৰণালী সম্বন্ধীয় গৱেষণাৰ বাবে" ("for discoveries concerning channels in cell membranes" Peter Agre "for the discovery of water channels" Roderick MacKinnon "for structural and mechanistic studies of ion channels")
Roderick MacKinnon, M.D..jpgৰড্‌ৰিক মেক্‌কিন'ন Roderick MacKinnon
৩ফিজিঅ'লজী বা মেডিচিনপল চি. লেটুৰবাৰ Paul C. Lauterbur"চুম্বকীয় অনুনাদ চিত্ৰণ (এম.আৰ.আই) আৱিষ্কাৰ সম্বন্ধীয় গৱেষণাৰ বাবে" ("for their discoveries concerning magnetic resonance imaging")
Peter Mansfield Leipzig.jpgছাৰ পিটাৰ মেন্‌ছফিল্ড Sir Peter Mansfield
৪সাহিত্যJ.M. Coetzee.JPGজে. এম. কয়েৎজে John M. Coetzee"যিজনে কেইবাটাও বেশত বহিৰাগতৰ চমৎকাৰী আত্মোৎসৰ্গৰ বৰ্ণনা দিয়ে" ("who in innumerable guises portrays the surprising involvement of the outsider")
৫ন'বেল শান্তি বঁটাEbadi.jpgছিৰিণ ইবাডি Shirin Ebadiগণতন্ত্ৰ আৰু মানৱাধিকাৰৰ হকে এখেতে চলাই যোৱা প্ৰচেষ্টাৰ বাবে। এই গৰাকী মহিলাই বিশেষকৈ স্ত্ৰী আৰু শিশুৰ অধিকাৰৰ বাবে সংগ্ৰাম চলাই আহিছে। ("for her efforts for democracy and human rights. She has focused especially on the struggle for the rights of women and children")
৬অৰ্থনীতি বিজ্ঞানRobert F. Engle.jpgৰবাৰ্ট এফ. ইংগল তৃত্বীয় Robert F. Engle IIIউদ্বায়ী কাল-ভিন্নতাৰে অৰ্থনৈতিক কাল শ্ৰেণী বিশ্লেষণৰ (ARCH) প্ৰক্ৰিয়া সমূহৰ বাবে ("for methods of analyzing economic time series with time-varying volatility (ARCH)")
ক্লাইভ ডব্লিউ.জে. গ্ৰে’ঞ্জাৰ Clive W.J. Grangerঅৰ্থনৈতিক কাল শ্ৰেণীক সাধাৰণ শৈলীৰে (সহসংৰোপন) বিশ্লেষণৰ কৰা প্ৰক্ৰিয়াসমূহৰ বাবে ("for methods of analyzing economic time series with common trends (cointegration)")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০৩)” প্ৰবন্ধৰ সংশোধন ৪৩৩২৭৩ (২৫ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।