২০০২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
| ১ | পদাৰ্থ বিজ্ঞান | ৰেমণ্ড ডেভিছ কনিষ্ঠ Raymond Davis Jr. | জ্যোতিৰ্পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে, বিশেষকৈ মহাজাগতিক নিউট্ৰিন'ৰ আৱিষ্কাৰৰ বাবে ("for pioneering contributions to astrophysics, in particular for the detection of cosmic neutrinos") | ||
| মাছাট'শ্বি ক'শ্বিবা Masatoshi Koshiba | |||||
| ৰিকাৰ্ড' জিয়েক'নি Riccardo Giacconi | জ্যোতিৰ্পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অগ্ৰণী অৱদানৰ বাবে, বিশেষকৈ মহাজাগতিক ৰঞ্জন ৰশ্মিৰ উৎস আৱিষ্কাৰৰ বাবে ("for pioneering contributions to astrophysics, which have led to the discovery of cosmic X-ray sources") | ||||
| ২ | ৰসায়ন বিজ্ঞান | জন বি. ফেন John B. Fenn | "জৈৱিক বৃহৎ অণু-ৰ চিনাক্তকৰণ আৰু গাঠনিক বিশ্লেষণৰ বাবে নতুন পদ্ধতি বিকশিত কৰাৰ বাবে" জন বি. ফেন আৰু ক'ইচি টানাকা-লৈ "জৈৱিক বৃহৎ অণুৰ ভৰ বৰ্ণালী বিশ্লেষণৰ বাবে কোমল বিশোষণ আয়নীভৱন পদ্ধতি বিকাশৰ বাবে" কূৰ্ট ৱুথৰিখ্লৈ "দ্ৰৱত থকা জৈৱিক বৃহৎ অণুৰ ত্ৰিবীমিয় গঠন নিৰ্ণয়ৰ বাবে তেখেতে বিকাশ কৰা নিউক্লিয় চুম্বকীয় অনুনাদ বৰ্ণালীবীক্ষণৰ বাবে" ("for the development of methods for identification and structure analyses of biological macromolecules" John B. Fenn and Koichi Tanaka "for their development of soft desorption ionisation methods for mass spectrometric analyses of biological macromolecules" Kurt Wüthrich "for his development of nuclear magnetic resonance spectroscopy for determining the three-dimensional structure of biological macromolecules in solution") | ||
| ক'ইচি টানাকা Koichi Tanaka | |||||
| কূৰ্ট ৱুথ্ৰিখ্ Kurt Wüthrich | |||||
| ৩ | ফিজিঅ'লজী বা মেডিচিন | ছিড্নী ব্ৰেনাৰ Sydney Brenner | "অংগৰ বিকাশ আৰু কোষৰ মৃত্যুৰ জিনীয় নিয়ন্ত্ৰণ সম্বন্ধীয় তেখেতসকলৰ গৱেষণাৰ বাবে" ("for their discoveries concerning genetic regulation of organ development and programmed cell death'") | ||
| এইচ. ৰবাৰ্ট হৰ্ভিজ H. Robert Horvitz | |||||
| জন ই. ছাল্ছটন John E. Sulston | |||||
| ৪ | সাহিত্য | ইম্ৰা কাৰ্টেছ Imre Kertész | "বুৰঞ্জীৰ নৃশংস স্বেচ্ছাচাৰীতাৰ বিপৰীতে ব্যক্তিৰ ঠুনুকা অভিজ্ঞতাক জীপাল কৰি তোলা তেখেতৰ লিখনীৰ বাবে" ("for writing that upholds the fragile experience of the individual against the barbaric arbitrariness of history") | ||
| ৫ | ন'বেল শান্তি বঁটা | জিমী কাৰ্টাৰ Jimmy Carter | "আন্তৰ্জাতিক সংঘাটৰ শান্তিপূৰ্ণ সমাধান, গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ অগ্গতি আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে তেখেত চলাই যোৱা কেবা দশক জোৰা অহৰহ প্ৰচেষ্টাৰ বাবে" ("for his decades of untiring effort to find peaceful solutions to international conflicts, to advance democracy and human rights, and to promote economic and social development") | ||
| ৬ | অৰ্থনীতি বিজ্ঞান | ডেনিয়েল কানেমেন Daniel Kahneman | মনস্তাত্বিক গৱেষণাৰ জ্ঞান অৰ্থনীতিবিজ্ঞানত সন্নিবিষ্ট কৰাৰ বাবে, বিশেষকৈ অনিশ্চয়তাৰ মাজত মানুহৰ বিচাৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ বাবে ("for having integrated insights from psychological research into economic science, especially concerning human judgment and decision-making under uncertainty") | ||
| ভাৰ্নন এল. স্মিথ Vernon L. Smith | অভিজ্ঞতালব্ধ অৰ্থনৈতিক বিশ্লেষণৰ ক্ষেত্ৰত প্ৰয়োগশালাৰ পৰীক্ষা প্ৰতিষ্ঠা কৰাৰ বাবে, বিশেষকৈ বৈকল্পিক বজাৰ গঠনৰ ওপৰত ("for having established laboratory experiments as a tool in empirical economic analysis, especially in the study of alternative market mechanisms") |
তথ্য সংগ্ৰহ
- "List of All Nobel Laureates 2002". Nobelprize.org. আহৰণ কৰা তাৰিখ: 01 Feb 2013 ==বাহ্যিক সংযোগ== *ন’বেল ফাউণ্ডেশ্যনৰ প্ৰাতিষ্ঠানিক ৱেবছাইট
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০২)” প্ৰবন্ধৰ সংশোধন ২৬২৬৩৩ (১২ ফেব্ৰুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।