অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৯৭)

১৯৯৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

১৯৯৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

১পদাৰ্থ বিজ্ঞানষ্টিফেন ছু Steven Chu"লেজাৰ ৰশ্মিৰ সহায়েৰে পৰমাণু শীতল কৰি আৱদ্ধ কৰাৰ পদ্ধতি বিকাশৰ বাবে" ("for development of methods to cool and trap atoms with laser light")
Claude Cohen-Tannoudji.JPGক্ল' ক'হেন-টেন'ড্‌জি Claude Cohen-Tannoudji
William D. Phillips.jpgউইলিয়াম ডি. ফিলিপ্‌ছ William D. Phillips
২ৰসায়ন বিজ্ঞানNo free image man (as).pngপল ডি. ব'য়াৰ Paul D. Boyer"এডিন'ছিন ট্ৰাইফছফেট (ATP) সংশ্লেষণৰ উৎসেচকীয় বিক্ৰিয়াৰ ওপৰত কৰা অৱলোকনৰ বাবে " ("for their elucidation of the enzymatic mechanism underlying the synthesis of adenosine triphosphate (ATP)")
No free image man (as).pngজন ই. ৱাকাৰ John E. Walker
Skou2008.jpgজেন্স চি. স্কো Jens C. Skou"প্ৰথম আয়ন-পৰিবাহী উৎসেচক Na+, K+ -ATPase-ৰ আৱিষ্কাৰৰ বাবে" ("for the first discovery of an ion-transporting enzyme, Na+, K+ -ATPase")
৩ফিজিঅ'লজী বা মেডিচিনPrusiner 1.JPGষ্টেন্‌লি বি. প্ৰুছিনাৰ Stanley B. Prusiner"প্ৰিয়'ন - সংক্ৰমণৰ এক নতুন জৈৱিক প্ৰণালীৰ উদ্ঘাটনৰ বাবে" ("for his discovery of Prions - a new biological principle of infection")
৪সাহিত্যDario Fo portrait.jpgডেৰিঅ' ফ' Dario Fo"কৰ্তৃত্ববাদৰ প্ৰতি বিদ্বেষাত্মক আৰু দীনজনৰ প্ৰগতিৰ বাবে তেখেতে মধ্যযুগীয় বিদুষক এজনৰ দৰে ক্ৰিয়া কৰে" ("who emulates the jesters of the Middle Ages in scourging authority and upholding the dignity of the downtrodden")
৫ন'বেল শান্তি বঁটাNo free image man (as).pngভূ-মাইন নিৰসনৰ বাবে আন্তৰ্জাতিক অভিযান (ICBL) International Campaign to Ban Landmines"নৰসংহাৰী 'মাইন'ৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা আৰু এনে 'মাইন' নিস্ক্ৰিয় কৰাৰ বাবে তেওঁলোকে কৰি যোৱা কৰ্মৰ বাবে " ("for their work for the banning and clearing of anti-personnel mines")
জ'ডি উইলিয়ামছ Jody Williams
৬অৰ্থনীতি বিজ্ঞানৰবাৰ্ট চি. মেৰ্টন Robert C. Merton"অৱকলজ-ৰ মান নিৰূপনৰ বাবে প্ৰয়োগ কৰা এক নতুন পদ্ধতিৰ বাবে" ("for a new method to determine the value of derivatives")
মায়ৰন এছ. স্ক'লেছ Myron S. Scholes

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯৭)” প্ৰবন্ধৰ সংশোধন ২০৬৯৪২ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।