১৯৯৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
| # | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
|---|---|---|---|---|---|
| ১ | পদাৰ্থ বিজ্ঞান | ৰাছেল এ. হাল্ছ Russell A. Hulse | "এটা নতুন ধৰণৰ পাল্ছাৰৰ আৱিষ্কাৰৰ বাবে, যিয়ে মহাকৰ্ষণ অধ্যয়নৰ নতুন দিশ উন্মোচিত কৰিছে" ("for the discovery of a new type of pulsar, a discovery that has opened up new possibilities for the study of gravitation") | ||
| জোছেফ এইচ. টেইলৰ কনিষ্ঠ Joseph H. Taylor Jr. | |||||
| ২ | ৰসায়ন বিজ্ঞান | কেৰী বি. ম্যুলিছ Kary B. Mullis | ১৯৯৩ চনৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে "ডিএনএ-ভিত্তিক ৰসায়নৰ অন্তৰ্গত প্ৰণালীৰ বিকাশৰ বাবে দিয়া অৱদানৰ বাবে"। যুটীয়া ভাৱে দিয়া এইবাৰৰ বঁটাৰ আধা অংশ কেৰী বি. ম্যুলিছ-লৈ "পলিমেৰেজ শৃংখল বিক্ৰিয়া (PCR) আৱিষ্কাৰৰ বাবে", আৰু আধা অংশ মাইকেল স্মিথ-লৈ "অলিগ'নিউক্লিঅ'টাইড আধাৰিত, স্থান-চালিত পৰৱৰ্তীজনন-ক প্ৰতিষ্ঠিত আৰু বিকাশ কৰি প্ৰ'টিন সম্বন্ধীয় গৱেষণাৰ প্ৰতি আগবঢ়োৱাৰ বুনিয়াদী অৱদানৰ বাবে" (The Nobel Prize in Chemistry 1993 was awarded "for contributions to the developments of methods within DNA-based chemistry" jointly with one half to Kary B. Mullis "for his invention of the polymerase chain reaction (PCR) method" and with one half to Michael Smith "for his fundamental contributions to the establishment of oligonucleotide-based, site-directed mutagenesis and its development for protein studies".) | ||
| মাইকেল স্মিথ Michael Smith | |||||
| ৩ | ফিজিঅ'লজী বা মেডিচিন | ৰিচাৰ্ড জে. ৰবাৰ্ট্ছ Richard J. Roberts | "বিপাটিত জিনৰ আৱিষ্কাৰৰ বাবে" ("for their discoveries of split genes") | ||
| ফিলিপ এ. ছাৰ্প Phillip A. Sharp | |||||
| ৪ | সাহিত্য | ট'নি মৰিছন Toni Morrison | "দূৰদৰ্শী শক্তি আৰু কাব্যময়ী উপন্যাসেৰে যিজনে আমেৰিকাৰ বাস্তৱৰ এক আৱশ্যকীয় অংশক জীৱন্ত কৰি তোলে" ("who in novels characterized by visionary force and poetic import, gives life to an essential aspect of American reality") | ||
| ৫ | ন'বেল শান্তি বঁটা | নেলছন মেণ্ডেলা Nelson Mandela | "বৰ্ণভেদী শাসনৰ শান্তিপূৰ্ণ অৱসান ঘটাই এখন নতুন গণতান্ত্ৰিক দক্ষিণ আফ্ৰিকাৰ ভেঁটি স্থাপন কৰাৰ বাবে" ("for their work for the peaceful termination of the apartheid regime, and for laying the foundations for a new democratic South Africa") | ||
| ফ্ৰেডেৰিক ৱিলেম দি ক্লাৰ্ক Frederik Willem de Klerk | |||||
| ৬ | অৰ্থনীতি বিজ্ঞান | ৰবাৰ্ট ডব্লিউ. ফ'গ্ল Robert W. Fogel | "অৰ্থনৈতিক তত্ব আৰু সাংখ্যিক পদ্ধতিৰ প্ৰয়োগৰ দ্বাৰা অৰ্থনৈতিক আৰু প্ৰাতিষ্ঠানিক পৰিৱৰ্তনক বিশ্লেষণ কৰি অৰ্থনৈতিক ইতিহাসৰ গৱেষণাক নবায়িত ৰূপ দিয়াৰ বাবে" ("for having renewed research in economic history by applying economic theory and quantitative methods in order to explain economic and institutional change") | ||
| ডগ্লাছ চি. নৰ্থ Douglass C. North |
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯৩)” প্ৰবন্ধৰ সংশোধন ২০৮৫১৯ (২৯ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।