অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৮৯)

১৯৮৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

১৯৮৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

১পদাৰ্থ বিজ্ঞাননৰ্মান এফ. ৰাম্‌ছে Norman F. Ramseyপৃথকীকৃত কম্পন ক্ষেত্ৰ প্ৰণালীৰ আৱিষ্কাৰ আৰু হাইড্ৰ'জেন মেজাৰ আৰু অন্যান্য পাৰমাণু ঘড়ীত ইয়াৰ ব্যৱহাৰৰ বাবে ("for the invention of the separated oscillatory fields method and its use in the hydrogen maser and other atomic clocks")
২ৰসায়ন বিজ্ঞানSidney Altman crop.jpgছিড্‌নী অল্টমেন Sidney AltmanRNA-ৰ অনুঘটণ ধৰ্মৰ আৱিষ্কাৰৰ বাবে ("for their discovery of catalytic properties of RNA")
Thomas Robert Cech.pngথমাছ আৰ. চেক Thomas R. Cech
৩ফিজিঅ'লজী বা মেডিচিনNci-vol-8172-300 j michael bishop.jpgজে. মাইকেল বিশ্বপ J. Michael Bishopকেন্সাৰ সৃষ্টিকাৰী ৰেট্ৰ'ভাইৰেল জিনৰ কোষীয় মূল আৱিষ্কাৰৰ বাবে ("for their discovery of the cellular origin of retroviral oncogenes")
HEVarmus.jpgহেৰ'ল্ড ই. ভাৰ্মাছ Harold E. Varmus
৪সাহিত্যCamilo José Cela. Fototeca. Biblioteca Virtual del Patrimonio Bibliográfico.jpgকেমিল' জোছ চেলা Camilo José Celaসমৃদ্ধ আৰু তীক্ষ্ণ গদ্যৰ বাবে, যিয়ে নিয়ন্ত্ৰিত মমতাৰে মানৱৰ ভংগুৰতাক প্ৰত্যাহ্বান কৰা দৃশ্য অংকন কৰে ("for a rich and intensive prose, which with restrained compassion forms a challenging vision of man's vulnerability")
৫ন'বেল শান্তি বঁটাTenzin Gyatso - Trento 2013 01.JPGচতুৰ্দশ দালাই লামা (টেনজিং গিয়াত্‍ ছো) The 14th Dalai Lama (Tenzin Gyatso)তিব্বতৰ স্বাধীনতাৰ বাবে চলাই অহা সংগ্ৰাম আৰু তাৰ বাবে শান্তিপূৰ্ণ পথ অৱলম্বন কৰাৰ বাবে ১ ( "the struggle of the liberation of Tibet and the efforts for a peaceful resolution")
৬অৰ্থনীতি বিজ্ঞানTrygve Haavelmo.jpgট্ৰাইগ্‌ভি হেভে্‌ল্ম' Trygve Haavelmoঅৰ্থমিতিৰ সম্ভৱানীয়তা তত্বৰ বুনিয়াদ নিশ্চিত কৰা আৰু তেখেতৰ যুগপৎ অৰ্থনৈতিক গাঁঠনিৰ বিশ্লেষণৰ বাবে ("for his clarification of the probability theory foundations of econometrics and his analyses of simultaneous economic structures")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "Presentation Speech by Egil Aarvik, Chairman of the Norwegian Nobel Committee". Nobelprize.org. Retrieved 2 May 2010.

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৮৯)” প্ৰবন্ধৰ সংশোধন ৪০৩১১৬ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।