অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৮৮)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ৪ ডিচেম্বৰ ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১৪ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানলিঅ'ন এম. লিডাৰমেন (Leon M. Lederman)নিউট্ৰিন' ৰশ্মি পদ্ধতিৰ আৱিষ্কাৰ আৰু মিউঅ'ন নিউট্ৰিন'ৰ আৱিষ্কাৰৰ দ্বাৰা লেপ্টনৰ দ্বৈত গঠন প্ৰমাণিত কৰাৰ বাবে (""for the neutrino beam method and the demonstration of the doublet structure of the leptons through the discovery of the muon neutrino"")
Xxx.jpgমেল্‌ভিন শ্বোৱাৰ্ট্জ (Melvin Schwartz)
Xxx.jpgজেক ষ্টেইনবাৰ্জাৰ (Jack Steinberger)
২ৰসায়ন বিজ্ঞানXxx.jpgজোহান ডেইজেন্‌হ'ফাৰ (Johann Deisenhofer)সালোক সংশ্লেষণ বিক্ৰিয়া কেন্দ্ৰৰ ত্ৰিবিমীয় গঠন নিৰ্ধাৰিত কৰাৰ বাবে ("for the determination of the three-dimensional structure of a photosynthetic reaction centre")
Xxx.jpgৰবাৰ্ট হিউবাৰ (Robert Huber)
Xxx.jpgহাৰ্টমূট মাইকেল (Hartmut Michel)
৩ফিজিঅ'লজী বা মেডিচিনXxx.jpgজেম্‌ছ ডব্লিউ. ব্লেক (James W. Black)ঔষধি চিকিৎসাৰ গুৰুত্বপূৰ্ণ তত্বৰ আৱিষ্কাৰৰ বাবে ("for their discoveries of important principles for drug treatment")
Xxx.jpgগাৰট্ৰূড বি. ইলিয়ন (Gertrude B. Elion)
Xxx.jpgজৰ্জ এইচ, হিচ্চিন্স (George H. Hitchings)
৪সাহিত্যনাগিব মাহফুজ (Naguib Mahfouz)যাৰ লেখাৰ সূক্ষ্ম নিৰীক্ষণৰ গাঢ়তাই মূহুৰ্ততে বাস্তৱক প্ৰতিফলিত কৰে, মূহুৰ্ততে উদ্বেলিত কৰে, আৰু সেই ঐশ্চৰ্য আৰবী সাহিত্যৰ লগতে সমগ্ৰ মানৱ জাতিৰ বাবেই ("who, through works rich in nuance - now clear-sightedly realistic, now evocatively ambiguous - has formed an Arabian narrative art that applies to all mankind")
৫শান্তিৰ ন'বেল বঁটাৰাষ্ট্ৰসংঘ শান্তিৰক্ষী বাহিনী (United Nations Peacekeeping Forces)
৬অৰ্থনীতিম'ৰিচ এলেইছ (Maurice Allais)তেখেতৰ দিগদৰ্শী বজাৰৰ আৰু সম্পদৰ দক্ষ সদব্যৱহাৰৰ সূত্ৰৰ বাবে ("for his pioneering contributions to the theory of markets and efficient utilization of resources")

তথ্য সংগ্ৰহ

www.nobelprize.org/nobel_prizes/lists/year/index

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৮৮)” প্ৰবন্ধৰ সংশোধন ৫৬০৮২৭ (৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।