অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

নিঅʼবেংক

নিঅʼবেংক হৈছে পৰম্পৰাগত ভৌতিক শাখা নেটৱৰ্ক অবিহনে একান্তভাৱে অনলাইনত কাম কৰা এক প্ৰকাৰৰ প্ৰত্যক্ষ বেংক। ইয়াক অনলাইন বেংক, ইণ্টাৰনেট-অনলি বেংক, ভাৰ্চুৱেল বেংক বা ডিজিটেল বেংক বুলিও কোৱা হয়। নিঅʼবেংকসমূহে আগবঢ়োৱা সেৱাৰ পৰিসৰ পৰম্পৰাগত বেংকসমূহৰ দৰে বহল নহয়।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৫ ৬৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

নিঅʼবেংক হৈছে পৰম্পৰাগত ভৌতিক শাখা নেটৱৰ্ক অবিহনে একান্তভাৱে অনলাইনত কাম কৰা এক প্ৰকাৰৰ প্ৰত্যক্ষ বেংক।১ ইয়াক অনলাইন বেংক, ইণ্টাৰনেট-অনলি বেংক, ভাৰ্চুৱেল বেংক বা ডিজিটেল বেংক বুলিও কোৱা হয়।২৩

নিঅʼবেংকসমূহে আগবঢ়োৱা সেৱাৰ পৰিসৰ পৰম্পৰাগত বেংকসমূহৰ দৰে বহল নহয়। তেওঁলোকে তেওঁলোকৰ মোবাইল এপ বা ৱেবছাইটৰ জৰিয়তে চেভিংছ একাউণ্ট, বিনিয়োগ, ঋণ, বীমাকে ধৰি বিভিন্ন ধৰণৰ বেংকিং সেৱা আগবঢ়ায়।

উল্লেখযোগ্য নিঅʼবেংকসমূহ

কেইটামান উল্লেখযোগ্য নিঅʼবেংকসমূহ হৈছে:

  1. ফাই
  2. নিয়ো গ্লোবেল
  3. জুপিটাৰ
  4. ফ্ৰিঅʼ
  5. ফিনিন
  6. হপ্

তথ্যসূত্ৰ

  1. ↑ (2016). Digital Economy Outlook. BBVA Research. পৃ. 12
  2. ↑ Ballard, Barclay. (October 11, 2018). The unstoppable rise of neobanks. World Finance
  3. ↑ (6 May 2022). What is a neobank?. Business Standard India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিঅʼবেংক” প্ৰবন্ধৰ সংশোধন ৪৬৫৮৮৩ (২৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।