ভাৰতীয় নাগৰিক
৫ প্ৰবন্ধ
-
কিৰণ মজুমদাৰ শ্ব
কিৰণ মজুমদাৰ-শ্ব(জন্ম: ২৩ মাৰ্চ,১৯৫৩) এগৰাকী ভাৰতীয় মহিলা কোটিপতি উদ্যোগী। তেওঁ ভাৰতৰ বাংগালোৰস্থিত জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান বায়োকন লিমিটেড আৰু বায়োকন বায়োলজিক্স লিমিটেডৰ কাৰ্যবাহী অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক আৰু বাংগালোৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ প্ৰাক্তন অধ্যক্ষা।
-
অংশুমান কৰ
অংশুমান কৰ ( Angshuman Kar) এজন বাঙালী কবি। তেওঁ বৰ্তমান পশ্চিমবঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত।
-
নমিতা থাপাৰ
নমিতা থাপাৰ ( জন্ম:২১ মাৰ্চ,১৯৭৭) এগৰাকী ভাৰতীয় মহিলা উদ্যোগী, ব্যৱসায়িক কাৰ্যবাহী আৰু এঞ্জেল বিনিয়োগকাৰী। তেওঁ এমকিউৰ ফাৰ্মাচিউটিকেলছৰ কাৰ্যবাহী সঞ্চালক। তেওঁ ১০০ তকৈও অধিক কোম্পানীত বিনিয়োগ কৰা চাৰ্ক টেংক ইণ্ডিয়াৰ এগৰাকী বিশিষ্ট বিনিয়োগকাৰী। নমিতা 'থাপাৰ এনট্ৰেনাৰ একাডেমী'ৰ প্ৰতিষ্ঠাপক।
-
শ্যাম চৰণ নেগী
শ্যাম চৰণ নেগী (জন্ম:১ জুলাই ১৯১৭ – মৃত্যু: ৫ নৱেম্বৰ ২০২২) হিমাচল প্ৰদেশৰ কল্পাৰ এজন ভাৰতীয় বিদ্যালয়ৰ শিক্ষক আছিল, যিয়ে ১৯৪৭ চনত ভাৰতত বৃটিছ শাসনৰ অন্ত পৰাত ১৯৫১ চনৰ শেষৰ ফালে ভাৰতৰ সাধাৰণ নিৰ্বাচনত প্ৰথম ভোটদান কৰিছিল যদিও সেই প্ৰথম নিৰ্বাচনৰ বাবে বেছিভাগ ভোটগ্ৰহণ ১৯৫২ চনৰ ফেব্ৰুৱাৰী মাহত…
-
ৰাধিকা আগৰৱাল
ৰাধিকা ঘাই আগৰৱাল এগৰাকী ইণ্টাৰনেট উদ্যোগী আৰু ইউনিকৰ্ণ ক্লাবত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথম মহিলা। তেওঁ চিলিকন ভেলীত ২০১১ চনত স্থাপিত অনলাইন মাৰ্কেট প্লেচ শ্বপক্লুজৰ সহ-প্ৰতিষ্ঠাপক। বৰ্তমান তেওঁ কোম্পানীটোৰ মুখ্য ব্যৱসায়িক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।