অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ধৰ্মভৃত

হিন্দু ধৰ্মৰ ভিতৰত ধৰ্মভৃত হৈছে সুতীক্ষ্ণৰ আশ্ৰমৰ পৰা ৰামক দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰাত সংগ দিয়া ঋষি-মুনিসকলৰ ভিতৰত অন্যতম। যাত্ৰাকালত যেতিয়া ৰামে অজ্ঞাত উৎসৰ পৰা অহা বিস্ময়কৰ সংগীতৰ উৎপত্তিৰ বিষয়ে সুধিছিল তেতিয়া তেওঁ পঞ্চপসৰৰ পাৰত মন্দকৰ্ণী ঋষিৰ কাহিনী কয়।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৫ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

হিন্দু ধৰ্মৰ ভিতৰত ধৰ্মভৃত হৈছে সুতীক্ষ্ণৰ আশ্ৰমৰ পৰা ৰামক দণ্ডকাৰণ্যৰ মাজেৰে যাত্ৰাত সংগ দিয়া ঋষি-মুনিসকলৰ ভিতৰত অন্যতম। যাত্ৰাকালত যেতিয়া ৰামে অজ্ঞাত উৎসৰ পৰা অহা বিস্ময়কৰ সংগীতৰ উৎপত্তিৰ বিষয়ে সুধিছিল তেতিয়া তেওঁ পঞ্চপসৰৰ পাৰত মন্দকৰ্ণী ঋষিৰ কাহিনী কয়।১২৩৪

তথ্যসূত্ৰ

  1. ↑ R_m_ya_a: The forest. Book three. NYU Press. ISBN 978-0-8147-6722-1
  2. ↑ Valmiki Ramayana translated by Ralph T. H. Griffith (1870–1874). Commentaries to Book III, Canto XI
  3. ↑ www.ebooksread.com/authors-eng/william-crooke/th William Crooke. The popular religion and folk-lore of northern India (Volume 1)
  4. ↑ deccanvolcanological.com/Lonar_Symposium.pdf Lonar Crater Lake (Special Volume No.1) Proceedings: Symposium on Multi Disciplinary Approach to Understand the Lonar Lake (12–14 December 2008)

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্মভৃত” প্ৰবন্ধৰ সংশোধন ৫৬৫২৭২ (১৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।