চেৰ’ ৰেংকা (স্পেনিছ ভাষাত:ৰেংকা মানে পাহাৰ) হৈছে চিলিৰ ছাণ্টিয়াগো চহৰত উত্তৰ দিশত কুইলিকুৰা আৰু দক্ষিণে ৰেংকাৰ সীমান্তত থকা এটা পাহাৰ। এই ভৌগোলিক বৈশিষ্ট্য চাৰিওফালৰ ভূ-খণ্ডৰপৰা ৩০০ মিটাৰ (৯৮০ ফুট) ওখত অৱস্থিত। সৰ্বোচ্চ স্থান সমুদ্ৰপৃষ্ঠৰপৰা ৯০৫ মিটাৰ (২,৯৬৯ ফুট) উচ্চতাত অৱস্থিত এই পাহাৰৰ দুটা সহযোগী শিখৰ আছে যাক চেৰ’ ক’লৰাডো (সমুদ্ৰপৃষ্ঠৰপৰা ৭২০ মিটাৰ (২,৩৬০ ফুট)) আৰু পুণ্টিলা ল’ ৰুইজ (সমুদ্ৰপৃষ্ঠৰপৰা ৭২০ মিটাৰ (২,৩৬০ ফুট)) নামেৰে জনা যায়।১
তথ্যসূত্ৰ
- ↑ Características Topográficas. Municipality of Renca
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেৰ’ ৰেংকা” প্ৰবন্ধৰ সংশোধন ৬৩৫৪০৮ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।