অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইৰাৱতী

ইৰাৱতী (সংস্কৃত: इरावती, ইংৰাজী: Iravati) হিন্দু পৌৰাণিক কাহিনীৰ এগৰাকী ব্যক্তিত্ব। ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ কদ্ৰু আৰু কাশ্যপ ঋষিৰ কন্যা। তেওঁক এখন পবিত্ৰ ভাৰতীয় নদী ইৰাৱতীৰ সৈতেও জড়িত৷ এই নদীখন বৈদিক যুগত আধুনিক পঞ্জাৱৰ ৰবি নদীৰ এটা অন্যতম নাম আছিল।

হালনাগাদ: ১৮ ফেব্ৰুৱাৰী ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ইৰাৱতী (সংস্কৃত ভাষা: इरावती, ইংৰাজী: Iravati) হিন্দু পৌৰাণিক কাহিনীৰ এগৰাকী ব্যক্তিত্ব। ৰামায়ণত উল্লেখ কৰা অনুসৰি তেওঁ কদ্ৰু আৰু কাশ্যপ ঋষিৰ কন্যা।১২ তেওঁক এখন পবিত্ৰ ভাৰতীয় নদী ইৰাৱতীৰ সৈতেও জড়িত৷ এই নদীখন বৈদিক যুগত আধুনিক পঞ্জাৱৰ ৰবি নদীৰ এটা অন্যতম নাম আছিল।৩ সম্ভৱতঃ ৰবি নদীৰ এই নামটোৰ পৰাই ম্যানমাৰৰ ইৰাৱাডী নদীৰ (Irrawaddy) নামকৰণ হ’ব পাৰে।৪

কিংবদন্তি

হিন্দু ধৰ্মৰ এটা কিংবদন্তিত কোৱা হৈছে যে ইন্দ্ৰৰ বাহন ঐৰাৱত নামৰ ঐশ্বৰিক হাতীটো ইৰাৱতীৰ সন্তান।৫

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2015-07-28). Iravati, Irāvatī: 10 definitions. www.wisdomlib.org
  2. ↑ Books, Kausiki. (2021-12-21). Valmiki Ramayana: Aranya Kanda: English translation only without Slokas. Kausiki Books. পৃ. 43
  3. ↑ Mani, Vettam. (2015-01-01). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃ. 332. ISBN 978-81-208-0597-2
  4. ↑ Cunningham, Sir Alexander; Majumdar, R. C.; Barrows, David P. (March 2008). Encyclopaedia of Asian History. Cosmo (Publications,India). পৃ. 6. ISBN 978-81-307-0452-4
  5. ↑ Krishna, Nanditha. (2014-05-01). Sacred Animals of India. Penguin UK. পৃ. 167. ISBN 978-81-8475-182-6

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰাৱতী” প্ৰবন্ধৰ সংশোধন ৪৭৯৩৮২ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।