অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইয়াং এছা

ইয়াং এছা (; Yang’asha নামেও জনাজাত) হৈছে মিয়াও জনগোষ্ঠীৰ সৌন্দৰ্য্য দেৱী। তেওঁ স্থানীয় লোকসংস্কৃতিৰ এক প্ৰতিৰূপ।

হালনাগাদ: ১ এপ্ৰিল ২০২৫ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইয়াং এছা (; Yang’asha নামেও জনাজাত) হৈছে মিয়াও জনগোষ্ঠীৰ সৌন্দৰ্য্য দেৱী।১ তেওঁ স্থানীয় লোকসংস্কৃতিৰ এক প্ৰতিৰূপ।২

উপাখ্যান

স্থানীয় উপকথা অনুসৰি, ইয়াং এছা এক অতি সুন্দৰী মহিলা আছিল। তেওঁ অন্ধকাৰ মেঘৰ প্ৰবঞ্চনাৰ বাবে সূৰ্যক বিবাহ কৰিবলৈ বাধ্য হৈছিল। কিন্তু বিবাহৰ পিছত সূৰ্য পূৱ চীন সাগৰত গৈ থাকিবলৈ ধৰিলে আৰু ইয়াং এছাই সূৰ্যৰ অনুপস্থিতি ছয় বছৰ সহ্য কৰিলে। তাৰ কিছু দিন পিছত, তেওঁ আৰু সূৰ্যৰ ভাই চাং গংগুৱে (জোন)ৰ প্ৰেমত পৰে। দুয়ো জনে মিলি পলাই যোৱাৰ সিদ্ধান্ত লয় আৰু একেলগে প্ৰান্তসীমালৈ পলায়ন কৰে। বহু বাধা-বিপত্তি পাৰ হৈ শেষত তেওঁলোকে সুখী জীৱন অতিবাহিত কৰে।২

ঐতিহ্য

  • ২০১৭ চনত জিয়ান্‌হে কাউণ্টিত ইয়াং এছাৰ ৮৮ মিটাৰ ওখ ষ্টীলৰ মূৰ্তি নিৰ্মাণ কৰা হয়।৩৪

তথ্যসূত্ৰ

  1. ↑ (30 September 2018). Opening ceremony of Yang'asha culture festival held in China's Guizhou. Xinhuanet
  2. ↑ Bradsher, Keith. (26 November 2020). A Soaring Monument to Beauty in China Is Stirring Passions. Mostly Anger.. The New York Times
  3. ↑ (20 April 2017). See incredible pictures of a giant statue of the Goddess of Beauty being built in China. Lonely Planet
  4. ↑ (17 April 2017). Statue of legendary Miao beauty built to promote local tourism - People's Daily Online. en.people.cn

সম্পৰ্কিত শ্ৰেণী

চীনা দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়াং এছা” প্ৰবন্ধৰ সংশোধন ৫০১২২৬ (১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।