অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অলিম্পিকত পাকিস্তান

পাকিস্তানে ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। দেশখনত ১৯৪৮ চনত পাকিস্তান অলিম্পিক এছ’চিয়েচন গঠন হোৱাৰ বিপৰীতে ১৯৬২ চনত পাকিস্তান স্প’ৰ্টছ ব’ৰ্ড গঠন কৰা হয়।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৪ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

পাকিস্তানে ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। দেশখনত ১৯৪৮ চনত পাকিস্তান অলিম্পিক এছ’চিয়েচন গঠন হোৱাৰ বিপৰীতে ১৯৬২ চনত পাকিস্তান স্প’ৰ্টছ ব’ৰ্ড গঠন কৰা হয়।

১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল পাকিস্তানে, আৰু তেতিয়াৰ পৰাই ১৯৮০ চনত ছোভিয়েট ইউনিয়নত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক বৰ্জনৰ বাহিৰে প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈ পঠিয়াইছে। ২০১০ চনৰ ভেংকুৱাৰ শীতকালীন অলিম্পিকৰ পিছত ই প্ৰতিখন শীতকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰি আহিছে। আলপাইন স্কিয়ৰ মহম্মদ আব্বাছে শীতকালীন অলিম্পিকৰ ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন পাকিস্তানী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

অলিম্পিকৰ চিহ্ন
অলিম্পিকৰ চিহ্নছবি: নিপন নিয়ৰ শেনছোৱা · CC BY-SA 4.0

পাকিস্তানী খেলুৱৈসকলে বৰ্তমানলৈকে ৪টা সোণৰ পদককে ধি মুঠ ১১টা পদক লাভ কৰিছে। এই সকলোবোৰ পদক গ্ৰীষ্মকালীন অলিম্পিকত লাভ কৰিছে। ১৯৫৬ চনৰ পৰা ১৯৯২ চনৰ ভিতৰত পাকিস্তানৰ পুৰুষৰ ফিল্ড হকী দলে অংশগ্ৰহণ কৰা ৯খন খেলত ৮টা পদক লাভ কৰে। ইয়াৰ ভিতৰত ১৯৫৬ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত একেৰাহে ৫টা ফাইনেলত দৌৰাটোও আছিল, য’ত হকী দলটোৱে দ্ৰুত একেৰাহে ২টা সোণ আৰু ৩টা ৰূপৰ পদক লাভ কৰিছিল।

আৰ্ছাদ নাদীম হৈছে একমাত্ৰ পাকিস্তানী খেলুৱৈ যিয়ে ব্যক্তিগত অলিম্পিক স্বৰ্ণ পদক লাভ কৰি অলিম্পিকৰ অভিলেখ গঢ়িছে।১

পাকিস্তানৰ পদকৰ তালিকা

গ্ৰীষ্ম অলিম্পিকত লাভ কৰা পদকৰ তালিকা

অলিম্পিকখেলুৱৈখেল অনুযায়ী খেলুৱৈৰ সংখ্যাপদকমুঠস্থান
AthleticsBadmintonBoxingCyclingField HockeyJudoSailing
1900–1936ৰ অংশহিচাপে
৩৯৫-৩২১৯---৪-২৪---0–
৪৪১৬-৪২১৮--২২-১১---0–
৬২১৯-৬৪১৮--২৩-৩৬-১-১৩১
৪৯১২-৪২১৮--৪--২৭১-১২২০
৪১৬-৪৪১৮--৫--১৬-১-১৩০
২০----১৮------২১--১২৯
২৫৫-২-১৮-----১২-১-১৩৩
২৪২-২-১৬-----২২--1১৩৭
অংশগ্ৰহণ কৰা নাছিল।
৩-৪-১৬-6----২১--১২৫
৩১৭-২-১৬-২--১-৩--১১৪৬
২৭৪-৪-১৬-২----১--১১৫৪
২৪২-৪-১৬---১--১---0–
২৭২-৪-১৬-৩১১------0–
২৬২-৫-১৬--১২------0–
২১২---১৬--১২------0–
২১২---১৬--১২------0–
৭২----১-২২------0–
১০২১---১-৩২-১----0–
৭২------৩২---১--১৬২
আগন্তুক অলিম্পিক
মুঠ৪৩৪১১৭৮

শীতকালীন অলিম্পিকত লাভ কৰা পদক তালিকাঃ

খেল অনুযায়ী পদকৰ তালিকা
খেলসোণৰূপব্ৰঞ্জমুঠস্থান
৩৩২8৬
১00১৭৪
00১১৭৪
00১১৬৫
Total৪৩৪১১৭৮

তথ্যসূত্ৰ

  1. ↑ (8 August 2024). Arshad Nadeem throws his way into history for Pakistan with javelin gold. The Guardian

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলিম্পিকত পাকিস্তান” প্ৰবন্ধৰ সংশোধন ৪৫৫৫৯৪ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।