ৰোমৰ ব্যক্তি
৪ প্ৰবন্ধ
-
জুলিয়াছ চিজাৰ
গাইউছ ইউলিউছ কায়ছাৰ (Gaius Julius Caesar; ১২ জুলাই ১০০ খ্ৰীষ্টপূৰ্ব – ১৫ মাৰ্চ ৪৪ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান সেনাপতি আৰু ৰাজনীতিবিদ আছিল। প্ৰথম ত্ৰিমূৰ্তিৰ এজন সদস্য, চিজাৰে গৃহযুদ্ধত পম্পিক পৰাস্ত কৰাৰ আগতে গেলিক যুদ্ধত ৰোমান সৈন্যবাহিনীক নেতৃত্ব দিছিল আৰু খ্ৰীষ্টপূৰ্ব ৪৯ ৰ পৰা খ্ৰীষ্টপূৰ্ব ৪৪ চনত…
-
অৰেলিয়া (চিজাৰৰ মাতৃ)
অৰেলিয়া ( Aurelia); আনুমানিক সময় ১২০ খ্ৰীষ্টপূৰ্ব – ৩১ জুলাই, ৫৪ খ্ৰীষ্টপূৰ্ব, ৰোমান সেনাপতি আৰু ৰাষ্ট্ৰনেতা জুলিয়াছ ছিজাৰৰ মাতৃ আছিল।
-
টানাকিল
টানাকিল (Tanaquil) ৰোমৰ পঞ্চম ৰজা টাৰ্কিনিয়াছ প্ৰিস্কাছৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ৰোমৰ ৰাণী আছিল।
-
টুলিয়া মাইনৰ
টুলিয়া মাইনৰ (Tullia Minor) ৰোমান ইতিহাসৰ এগৰাকী বহু জনপ্ৰিয় কিম্বদন্তিমূলক ব্যক্তিত্ব যি লিভি, চিচেৰো আৰু হেলিকাৰ্নাছাছৰ ডাইঅ'নিছিয়াছৰ লেখাত পোৱা যায়। তেওঁ আছিল ৰোমান ৰাজ্যৰ শেষ ৰাণী।