হিন্দী ভাষা
৫ প্ৰবন্ধ
-
হিন্দী ভাষা
হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিছাছ আৰু ফিজিত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক…
-
হিন্দী ভাষাৰ টেলিভিছন চেনেলৰ তালিকা
এণ্ড টিভি বিগ মেজিক কালাৰ্ছ ৰিস্তে কালাৰ্ছ দঙ্গল ছনি টিভি ছনি ছব ছনি পল ষ্টাৰ ভাৰত ষ্টাৰ প্লাছ ষ্টাৰ উৎসৱ জী আনমোল জী টিভি ছনি মেক্স ছনি মেক্স ২ ছনি ৱাহ জী চিনেমা জী একশ্যন জী ক্লাচিক জী অনমল চিনেমা ষ্টাৰ গোল্ড ষ্টাৰ গোল্ড ২ ইউটিভি মুভিজ ইউটিভি একশ্যন ফিল্মী এণ্টাৰ টেন মনোৰঞ্জন টিভি এমটিভি বিটচ জিং…
-
হিন্দী ৱিকিপিডিয়া
হিন্দী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ হিন্দী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান টা প্ৰবন্ধ আছে।
-
হিন্দী দিৱস
হিন্দী দিৱস (हिन्दी दिवस) প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতত পালন কৰা হয়। সাধাৰণতে এই দিৱস কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ফাৰ্ম, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানত এই দিৱস পালন কৰা হয়। হিন্দী ভাষাৰ চৰ্চাৰে ইয়াৰ উৎকৰ্ষ সাধন কৰা এই দিৱসৰ মূল উদ্দেশ্য।
-
হিন্দী বিৰোধী আন্দোলন
হিন্দী বিৰোধী আন্দোলন বুলিলে ২০ শতিকাৰ মাজভাগত ভাৰতৰ কিছুমান বিশেষ অঞ্চলত উদ্ভৱ হোৱা এক উল্লেখযোগ্য সামাজিক-ৰাজনৈতিক আন্দোলনক বুজায়। এই প্ৰতিবাদৰ মূল উদ্দেশ্য আছিল ভাৰতৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে হিন্দী জাপি দিয়াৰ পৰা প্ৰতিহত কৰা।