শ্ৰীলংকাৰ সংস্কৃতি
৪ প্ৰবন্ধ
-
কাবাড়ী আট্টাম
কাবাড়ী আট্টাম (তামিল: காவடி ஆட்டம்) ( Kabadi Aattam) হিন্দু যুদ্ধৰ দেৱতা “মুৰুগান’’ অৰ্থাৎ কৰ্তিকৰ পূজাৰ সময়ত ভক্তসকলে কৰা এক আনুষ্ঠানিক বলিদান আৰু প্ৰসাদ। ই থাইপুছাম উৎসৱৰ কেন্দ্ৰীয় অংশ আৰু এই অনুষ্ঠানত ভক্তৰ মানসৰ ওপৰত গুৰুত্ব দিয়া হয়।
-
কান্দ্যান নৃত্য
কান্দ্যান নৃত্য (Sinhala: උඩරට නැටුම්) হৈছে শ্ৰীলংকাৰ উদাৰতা নামেৰে জনাজাত চেণ্ট্ৰেল হিলছ অঞ্চলৰ কাণ্ডী নামৰ অঞ্চলটোৰ জনপ্ৰিয় আৰু স্থানীয় বিভিন্ন নৃত্যক সামৰি লোৱা একপ্ৰকাৰৰ নৃত্য। যি দেশৰখনৰ অন্যান্য প্ৰান্তলৈও বিয়পি পৰিছে। ই শ্ৰীলংকাৰ সিংহলী সংস্কৃতিৰ নিদৰ্শন।
-
মহা ছোনা
মহা ছোনা বা মহা ছোহোনা সিংহলী লোককথাৰ এক ইয়াক’(অৰ্থাৎ দানৱ), যিয়ে মৃত্যুৰ পিছৰ আত্মাক খেদি ফুৰে বুলি বিশ্বাস কৰা হয়। মহাছোনা নামৰ অৰ্থ সিংহল ভাষাত “সৰ্বশ্ৰেষ্ঠ অসুৰ" বা "কবৰস্থানৰ দেৱতা বা দানৱ"। ই শ্ৰীলংকাৰ আটাইতকৈ ভয়ংকৰ দেৱতা বা দানৱ।
-
শিয়ালৰ শিং
শিয়ালৰ শিং হৈছে এটা পৌৰাণিক হাড়ৰ শঙ্কু আকৃতিৰ এক্সক্ৰেছেন্স যিটো মাজে মাজে সোণালী শিয়ালৰ মূৰৰ খুলিত গজি উঠে বুলি কোৱা হয়। ই দক্ষিণ এছিয়াৰ যাদুকৰী শক্তিৰ সৈতে জড়িত। ইয়াৰ অস্তিত্বৰ প্ৰমাণৰ অভাৱৰ পিছতো ইয়াক বাস্তৱ বুলি বহুলভাৱে বিশ্বাস কৰা হয়।