লেখকৰ গ্ৰন্থপঞ্জী
৪ প্ৰবন্ধ
-
মামণি ৰয়ছম গোস্বামীৰ উপন্যাস
মামণি ৰয়ছম গোস্বামী অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যক। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী।। গোস্বামীয়ে মাতৃভাষা অসমীয়াৰ উপৰিও ইংৰাজী ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল।
-
লীঅ' টলষ্টয়ৰ গ্ৰন্থপঞ্জী
এইখন ৰাছিয়ান সাহিত্যিক লীঅ' টলষ্টয়ৰ (১৮২৮-১৯১০) সাহিত্যকৰ্মৰ তালিকা। ইয়াত তেওঁৰ উপন্যাস, ছুটিগল্প, নাটক আৰু প্ৰবন্ধ সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
-
সত্যজিৎ ৰায়ৰ সাহিত্যকৰ্ম
সত্যজিৎ ৰায় এজন বিখ্যাত বঙালী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁ বঙালী সাহিত্যত তেখেতৰ অৱদানৰ বাবেও বিখ্যাত। তেখেতৰ সৃষ্ট বিখ্যাত চৰিত্ৰ হল ৰহস্যসন্ধানী ফেলুদা আৰু বৈজ্ঞানিক প্ৰফেচৰ শঙ্কু। তেওঁ এই দুই চৰিত্ৰৰ ওপৰিও অনেক চুটি উপন্যাস আৰু চুটি গল্প ৰচনা কৰিছে।
-
লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদান
পৌৰাণিক যুগৰ পৰা এতিয়ালৈকে শ্ৰীমন্ত শঙ্কৰদেৱ, মাধৱদেৱকে আদি কৰি শ্ৰেষ্ঠ দহজন অসমীয়াৰ ভিতৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাও এজন বুলি কোৱা হয়। আধুনিক অসমীয়া ভাষা সাহিত্যৰ প্ৰতিষ্ঠাত তেওঁৰ অৱদানেই আটাইতকৈ বেছি; অসমীয়া সাহিত্যৰ প্ৰতিটো বিভাগতে তেওঁৰ দখল আছিল।