মেক্সিকোৰ ব্যক্তি
৭ প্ৰবন্ধ
-
অক্টাৱিয়' পাছ
অক্টাৱিয়' পাছ ল'জান (Octavio Paz Lozano;; ৩১ মাৰ্চ ১৯১৪ - ১৯ এপ্ৰিল ১৯৯৮) এগৰাকী মেক্সিকান কবি, লেখক আৰু কূটনীতিবিদ আছিল। তেওঁৰ কৰ্মৰাজীৰ বাবে তেওঁ ১৯৮১ চনৰ মিগুৱেল ডি চাৰ্ভেণ্টিছ পুৰস্কাৰ, ১৯৮২ চনত Neustadt International Prize for Literature আৰু ১৯৯০ চনত সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।
-
ফ্ৰিদা কাল'
ফ্ৰিদা কাল (Frida Kahlo de Rivera) এগৰাকী মেক্সিকান চিত্ৰকৰ। এওঁ বিশেষকৈ তেওঁৰ নিজা প্ৰতিকৃতি (self-portrait) সমূহৰ বাবে প্ৰসিদ্ধ। তেওঁৰ চিত্ৰসমূহ মেক্সিক'কে ধৰি আমেৰিকাৰ লোকসকলৰ মাজত দেশীয় সত্তাৰ পৰিচয়মূলকভাৱে আৰু নাৰিবাদী সকলৰ মাজত নাৰীৰ অনুভৱৰ প্ৰতিনিধি ৰূপে খ্যাত।
-
জুলিয়া পাষ্ট্ৰানা
জুলিয়া পাষ্ট্ৰানা (Julia Pastrana; আগষ্ট ১৮৩৪ – ২৫ মাৰ্চ ১৮৬০); মেক্সিকোৰ এগৰাকী খিলঞ্জীয়া মহিলা। পাষ্ট্ৰানাৰ জন্ম হৈছিল ১৮৩৪ চনত, চিনালোয়া ৰাজ্যত। তেওঁ জন্মগত ভাৱে এক জিনীয় অৱস্থা, হাইপাৰট্ৰাইক'ছিছ টাৰ্মিনেলিছৰে(বা সাধাৰণীকৃত হাইপাৰট্ৰাইক'চিছ লেনুজিনোছা )সৈতে জীৱন কটাবলগীয়া হৈছিল; ইয়াৰ বাবেই…
-
চলমা হায়েক
চলমা ভালগাৰ্মা হায়েক পিনাল্ট (ইংৰাজী: Salma Hayek; জন্ম: ২ ছেপ্টেম্বৰ, ১৯৬৬) এগৰাকী মেক্সিকান আৰু আমেৰিকান অভিনেত্ৰী তথা চলচ্চিত্ৰ প্ৰযোজক। তেওঁ মেক্সিকাত ধাৰাবাহিক তেৰেছা (১৯৮৯–১৯৯১) আৰু ৰোমাণ্টিক ড্ৰামা মিডাক এলি (১৯৯৫)-ত অভিনয় কৰি কেৰিয়াৰৰ পাতনি মেলিছিল।
-
পিটা আমোৰ
গুয়াডালুপে টেৰেছা আমোৰ শ্বমিডটলিন (৩০ মে', ১৯১৮ – ৮ মে', ২০০০), যিজনে পিটা আমোৰ হিচাপে লিখিছিল, তেওঁ আছিল এগৰাকী মেক্সিকান কবি।
-
মেজৰ আনা মাৰিয়া
মেজৰ আনা মাৰিয়া হৈছে মেক্সিকোৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ছান ক্ৰিষ্টোবাল দে লাছ কাছাছত জাপাটিষ্টা বিদ্ৰোহৰ নেতৃত্ব দিয়া প্ৰথম সামৰিক নম ডি গিয়েৰ নেতাসকলৰ এগৰাকী।
-
লুপিতা নিয়ং'ও
লুপিতা আমোণ্ডি নিয়ং'ও (জন্ম: ১ মাৰ্চ ১৯৮৩) এগৰাকী অভিনেত্ৰী। তেওঁ বিভিন্ন সন্মান লাভ কৰিছে, যাৰ ভিতৰত অভিনেতা বঁটা, একাডেমী বঁটা আৰু ডেটাইম এমি বঁটা উল্লেখযোগ্য। লগতে তেওঁ দুটা ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা, গোল্ডেন গ্ল'ব বঁটা আৰু টনি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে।