ভাৰতীয় মহিলা ক্ৰিকেটাৰ
৩২ প্ৰবন্ধ
-
ৰাজেশ্বৰী গায়কৱাদ
ৰাজেশ্বৰী গায়কৱাদ(:Rajeshwari Gayakwad; জন্ম: ১ জুন ১৯৯১) এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। লেহেমীয়া বাওঁহাতৰ গতানুগতিক বলাৰ হিচাপে খেলে। ২০১৪ চনৰ ১৯ জানুৱাৰীত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰতৰ হৈ অভিষেক ঘটায়।
-
ৰেণুকা সিং (ক্ৰিকেটাৰ)
ৰেণুকা সিং (ইংৰাজী: Renuka Singh; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৯৬) হিমাচল প্ৰদেশৰ মহিলা ক্ৰিকেট দলৰ হৈ খেলা এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ। তাই ২০১৯–২০ বৰ্ষৰ ছিনিয়ৰ মহিলা ৱান ডে লীগত ২৩টা উইকেটৰ সৈতে অগ্ৰণী উইকেট দখল কৰা বলাৰ আছিল।