ভাৰতীয় নাগৰিকত্ব আইন
৫ প্ৰবন্ধ
-
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (Citizenship (Amendment) Act, 2019; চমুকৈ কা (CAA), পূৰ্বতে কেব (CAB) ) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন।
-
ভাৰতীয় নাগৰিকত্ব আইন
ভাৰতত ৰাষ্ট্ৰীয়তা প্ৰয়োজনীয়তা নিশ্চিত কৰা দুটা প্ৰাথমিক আইন আছে, ভাৰতৰ সংবিধান আৰু নাগৰিকত্ব আইন, ১৯৫৫। ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৮৭ চনৰ ১ জুলাইৰ ভিতৰত ভাৰতত জন্মগ্ৰহণ কৰা সকলো ব্যক্তিয়ে পিতৃ-মাতৃৰ ৰাষ্ট্ৰীয়তা নিৰ্বিশেষে স্বয়ংক্ৰিয়ভাৱে জন্মৰ ভিত্তিত নাগৰিকত্ব লাভ কৰিছিল।
-
ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী
ভাৰতীয় নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী (চমূকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী) ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰকাশিত নাগৰিকত্ব (নাগৰিক পঞ্জীকৰণ আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰৰ জাৰিকৰণ) নিয়মাৱলী-২০০৩ ( Citizenship (Registration of Citizens and Issue of National Identity Cards) Rules, 2003) ৰ নিয়ম(২)(ট)ত…
-
আই এম ডি টি আইন, ১৯৮৩
আই এম ডি টি আইন বা অবৈধ অনুপ্ৰৱেশকাৰী (ন্যায়াধীকৰণৰ দ্বাৰা নিৰ্ধাৰণ) আইন, ১৯৮৩ (Illegal Migrants (Determination by Tribunal) Act, 1983) হৈছে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে জড়িত আৰু কেৱল অসমত প্ৰযোজ্য হোৱাকৈ ১৯৮৩ চনত গৃহীত কৰা এখন আইন। এই আইনখন ইতিমধ্যে বাতিল কৰা হৈছে।
-
ডি ভোটাৰ
ডি ভোটাৰ, যাক অসমত কেতিয়াবা সন্দেহজনক ভোটাৰ বা সন্দেহযুক্ত ভোটাৰ বুলি কোৱা হয়, সেইসকল ভোটাৰক বুজায় যাক নাগৰিকত্ব সন্দেহজনক বুলি ধৰি চৰকাৰে ভোটাধিকাৰহীন কৰি ৰাখে।