ভাৰতত লিংগ চয়ন
৪ প্ৰবন্ধ
-
বেটি বচাও, বেটি পঢ়াও
বেটি বচাও, বেটি পঢ়াও অভিযান (অনুবাদ: কন্যা শিশু ৰক্ষা কৰক, কন্যা শিশুক শিক্ষা দিয়ক) ই ভাৰতৰ এটি সামাজিক প্ৰচাৰ অভিযান, যাৰ লক্ষ্য হ'ল কন্যা সন্তানৰ বাবে কল্যাণমূলক সেৱা প্ৰদানৰে দক্ষতা বৃদ্ধি তথা সচেতনতা সৃষ্টি।
-
ভাৰতত কন্যা ভ্ৰুণ হত্যা
ভাৰতত কন্যা ভ্ৰুণ হত্যা (Female foeticide in India) হৈছে আইনী পদ্ধতিৰ বাহিৰত কন্যা ভ্ৰুণৰ গৰ্ভপাত। কেন্দ্ৰীয় চৰকাৰৰ তথ্যৰ ভিত্তিত পিউ ৰিচাৰ্চ চেণ্টাৰৰ এক গৱেষণাই ২০০০-ৰ পৰা ২০১৯-লৈ কমেও ৯০ লাখ কন্যা ভ্ৰুণ হত্যাৰ ইংগিত দিছে। গৱেষণাত দেখা গৈছে যে এই ভ্ৰুণ হত্যাৰ ৮৬.৭% হিন্দু (জনসংখ্যাৰ ৮০%)।
-
মিতু খুৰানা
ডা. মিতু খুৰানা (Mitu Khurana) ভাৰতৰ দিল্লীৰ এগৰাকী শিশু বিশেষজ্ঞ আছিল। তেওঁ ভাৰতৰ কন্যা ভ্ৰুণ হত্যা বিৰোধী অভিযানৰ এগৰাকী কৰ্মী আছিল। তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালে আল্ট্ৰাচাউণ্ডৰ সহায়ত খুৰানাৰ গৰ্ভস্থ সন্তানৰ লিংগ পৰীক্ষা কৰি এহাল যমজ কন্যা সন্তান থকা বুলি নিশ্চিত হোৱাত তেওঁৰ সন্মতি অবিহনেই…
-
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড
ইটছ এ গাৰ্ল: দ্য থ্ৰী ডেডলিয়েষ্ট ৱৰ্ডছ ইন দ্য ৱৰ্ল্ড (It's a Girl: The Three Deadliest Words in the World; অসমীয়া অনুবাদ: এইজনী এজনী ছোৱালী: পৃথিৱীৰ আটাইতকৈ ঘাটক তিনিটা শব্দ) হৈছে ২০১২ চনৰ এখন তথ্যচিত্ৰ; য’ত কন্যা শিশু হত্যা প্ৰথাৰ বিষয়ে অন্বেষণ কৰা হৈছে।