ভাৰতত ইছলাম
৪ প্ৰবন্ধ
-
ভাৰতত ইছলাম ধৰ্ম
ইছলাম ভাৰতৰ দ্বিতীয় বৃহত্তম ধৰ্ম, দেশৰ ১৪.২% জনসংখ্যা বা প্ৰায় ১৭২.২ মিলিয়ন লোকে (২০১১ চনৰ লোকপিয়লত) ইছলামৰ অনুগামী হিচাপে চিনাক্ত কৰা হৈছে। বিশ্বৰ ভিতৰতে ভাৰতত মুছলমান লোকৰ সংখ্যা তৃতীয় স্থানত আছে। ভাৰতৰ অধিকাংশ মুছলমান ছুন্নী, আৰু মুছলমান জনসংখ্যাৰ প্ৰায় ১৫% ছিয়া।
-
হালাল
হালাল (; حلال ḥalāl ) আৰবী শব্দ যাৰ ইংৰাজী অনুবাদ 'permissible' হয়। কোৰআনত হালাল শব্দটোৰ বিপৰীতে হাৰাম ('forbidden') শব্দটো দেখা গৈছে। এই বাইনাৰী বিৰোধিতাক "পাঁচটা সিদ্ধান্ত" নামেৰে জনাজাত অধিক জটিল শ্ৰেণীবিভাজনত বিশদভাৱে উল্লেখ কৰা হৈছিল: বাধ্যতামূলক, পৰামৰ্শ দিয়া, নিৰপেক্ষ, নিন্দনীয় আৰু…
-
ভাৰতত হালাল প্ৰমাণপত্ৰ
ভাৰতত হালাল প্ৰমাণপত্ৰই কোনো খাদ্য সামগ্ৰী ইছলামিক খাদ্য আইন মানি চলা বুলি সূচায়। ই বাধ্যতামূলক নহয় বা ঐক্যবদ্ধ ৰাষ্ট্ৰীয় কাঠামোৰ দ্বাৰা নিয়ন্ত্ৰিতও নহয়। ভাৰতত প্ৰথমবাৰৰ বাবে ১৯৭৪ চনত হালাল প্ৰমাণপত্ৰ প্ৰৱৰ্তন কৰা হৈছিল ৷ প্ৰথমতে মাংসজাত সামগ্ৰীৰ মাজত ই সীমাবদ্ধ আছিল।
-
কাশ্মিৰী হিন্দুৰ নিৰ্বাসন
কাশ্মীৰী হিন্দু বা কাশ্মিৰী পণ্ডিতৰ নিৰ্বাসন বা বৰ্হিগমন বা বিতাড়ন, (Exodus of Kashmiri Hindus) কাশ্মীৰৰ সংখ্যাগৰিষ্ঠ মুছলমানৰ ক্ৰমবৰ্দ্ধমান বিদ্ৰোহে সৃষ্টি কৰা হিংসাৰ পৰা পৰিত্ৰাণ পাবলৈ কাশ্মীৰ ত্যাগ কৰা এক ঘটনাপ্ৰৱাহ।