প্ৰযুক্তি
৬৬ প্ৰবন্ধ
-
মনোযোগ অৰ্থনীতি
মনোযোগ অৰ্থনীতি (attention economy) হৈছে তথ্য পৰিচালনাৰ এক পদ্ধতি যিয়ে মানৱ মনোযোগক এক দুৰ্লভ পণ্য হিচাপে গণ্য কৰে আৰু বিভিন্ন তথ্য ব্যৱস্থাপনা সমস্যা সমাধানৰ বাবে অৰ্থনৈতিক তত্ত্ব প্ৰয়োগ কৰে।
-
মুদ্ৰণ
ছপা (বা মুদ্ৰণ) হৈছে লিখনি আৰু চিত্ৰসমূহক এক প্ৰকাৰৰ মূল ৰূপ বা টেমপ্লেটৰ সহায়ত বৃহৎ পৰিমাণত পুনৰুৎপাদন কৰাৰ এক প্ৰক্ৰিয়া। কাগজৰ বাহিৰৰ আটাইতকৈ পুৰণি ছপাৰ সামগ্ৰীসমূহৰ ভিতৰত চিলিণ্ডাৰ ছীল আৰু চাইৰাছ চিলিণ্ডাৰ আৰু নাবোনিদাছৰ চিলিণ্ডাৰ আদি বস্তু অন্তৰ্ভুক্ত।
-
মেছিন গান
মেচিনগান (MG) হৈছে স্থায়ী প্ৰত্যক্ষ গুলীৰ বাবে ডিজাইন কৰা সম্পূৰ্ণ স্বয়ংক্ৰিয় আৰু ৰাইফলযুক্ত আগ্নেয়াস্ত্ৰ। ২০ মিলিমিটাৰ (০.৭৯ ইঞ্চি) কেলিবাৰ বা তাতকৈ অধিক স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰক মেচিনগানৰ পৰিৱৰ্তে অটোকেনন হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
-
শিক্ষা সেতু অসম
শিক্ষা সেতু অসম (Shiksha Setu Axom) হৈছে প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত সমগ্ৰ শিক্ষাৰ জৰিয়তে অসম চৰকাৰে মুকলি কৰা কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক বিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষক-কৰ্মচাৰীৰ উপস্থিতি আৰু বিদ্যালয় পৰিচালনাৰ এক ব্যৱস্থা। ২০২৩ চনৰ ২৪ এপ্ৰিলত এই প্লেটফৰ্মটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।
-
স্ক্ৰু
স্ক্ৰু হৈছে বাহ্যিকভাৱে হেলিকেল থ্ৰেড থকা এটা ফাষ্টেনাৰ, যাক বেগী ঘূৰ্ণন (টৰ্ক) প্ৰয়োগ কৰি মূৰৰ ফালে টান বা ঢিলা কৰিব পাৰি। স্ক্ৰুৰ প্ৰধান ব্যৱহাৰ বস্তু একেলগে ধৰি ৰাখাত হয় আৰু ইয়াৰ বহু ধৰণৰ ৰূপ বিভিন্ন ধৰণৰ বস্তুৰ বাবে আছে।
-
ৰূপান্তৰক
বৈদ্যুতিক অভিযান্ত্ৰণত, এটা ৰূপান্তৰক (Transformer) হৈছে এটা পেছিভ উপাদান, যিয়ে এখন বৈদ্যুতিক পৰিবেশনৰ পৰা আন এখন বা বহুতো জাললৈ বৈদ্যুতিক শক্তি স্থানান্তৰ কৰে।