নেপালৰ ইতিহাস
৬ প্ৰবন্ধ
-
গোৰ্খা ৰাজ্য
গোৰ্খা ৰাজ্য, যাক গোৰ্খা কনফেডাৰেচন বা গোৰ্খা সাম্ৰাজ্য বুলিও কোৱা হয়, হিমালয় আৰু ভাৰত উপমহাদেশৰ সংযোগস্থলত অৱস্থিত চৌবিচি ৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল। ১৭৪৩ চনত ৰাজ্যখনে সামৰিক সম্প্ৰসাৰণৰ অভিযান আৰম্ভ কৰে, কেইবাখনো চুবুৰীয়া দেশক সংলগ্ন কৰি বৰ্তমানৰ নেপালৰ ভেটি স্থাপন কৰে।
-
কাঠমাণ্ডুৰ যুদ্ধ
কাঠমাণ্ডু যুদ্ধ ( Battle of Kathmandu) বা কাঠমাণ্ডু ঘেৰাও অথবা কান্তীপুৰ ঘেৰাও নেপালৰ একত্ৰীকৰণৰ সময়ত সংঘটিত হোৱা যুদ্ধ। ১৭৬৮ চনত কাঠমাণ্ডুত এই যুদ্ধ হৈছিল আৰু ইয়াৰ ফলত ইয়াৰ ৰজা জয় প্ৰকাশ মল্ল বিজয়ী গোৰ্খা ৰাজ্যৰ ৰজা পৃথ্বী নাৰায়ণ শ্বাহৰ হাতত পৰাস্ত হৈছিল।
-
নেপাললৈ প্ৰব্ৰজন
নেপাল এনে এখন দেশ য’ত ঔদ্যোগিক বৃদ্ধি সীমিত, যাৰ ফলত ভূমি আটাইতকৈ অৰ্থনৈতিক সম্পদ। কিন্তু নেপালত মাটি লাভ কৰাটো সহজ হোৱাৰ পৰা বহু দূৰত। উপনিবেশিকৰণৰ সময়ছোৱাত নেপালত ভূমি প্ৰচুৰ আছিল আৰু মানুহে বৃহৎ পৰিমাণৰ মাটি লাভ কৰিব পাৰিছিল ৷ সময়ৰ লগে লগে সীমান্তৰ ভূমি দখল কৰা হ’ল, যাৰ ফলত দুৰ্লভ মাটিৰ মূল্য…
-
নেপালৰ জেন জী আন্দোলন, ২০২৫
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সমগ্ৰ নেপালত এক বৃহৎ পৰিসৰৰ বিক্ষোভ-আন্দোলন সংঘটিত হয়। প্ৰধানকৈ জেনেৰেচন জী-ৰ ছাত্ৰ-ছাত্ৰী আৰু যুৱ নাগৰিকসকলে ইয়াৰ উদ্যোগ লৈছিল। ই জেন জী আন্দোলন (Gen Z protests) নামেৰেও পৰিচিত।
-
নেপাল মণ্ডল
নেপাল মণ্ডল (नेपाल मण्डल) হৈছে নেপালৰ এটা ঐতিহাসিক সংস্কৃতিক আৰু ৰাজনৈতিক অঞ্চল। ই প্ৰাচীনকালত নেপালক বিভিন্ন অঞ্চলত বিভক্ত কৰা ভূগোলিক ধাৰণাসমূহৰ ভিতৰত অন্যতম আছিল। নেপাল মণ্ডলৰ প্ৰধান অংশ আছিল “পূৰ্বাঞ্চল”, “মধ্যাঞ্চল” আৰু “পশ্চিমাঞ্চল”, যিসমূহ পুনৰ “মণ্ডল” নামৰ উপাঞ্চলসমূহত বিভক্ত আছিল।
-
১৯২৩ চনৰ নেপাল-ব্ৰিটেইন চুক্তি
১৯২৩ চনৰ নেপাল-ব্ৰিটেইন চুক্তি নেপাল-ব্ৰিটেইন চুক্তিৰ বিষয়ে প্ৰথমবাৰৰ বাবে ১৯২১ চনত আলোচনা কৰা হৈছিল আৰু ১৯২৩ চনৰ ২১ ডিচেম্বৰত সিংগা দৰবাৰত চূড়ান্ত চুক্তি স্বাক্ষৰিত হৈছিল।এই চুক্তি ব্ৰিটিছৰ দ্বাৰা প্ৰথম আনুষ্ঠানিক স্বীকৃতি আছিল যে নেপালে এক স্বাধীন ৰাষ্ট্ৰ হিচাপে ইয়াৰ বৈদেশিক নীতি যিকোনো ধৰণে…