নাৰীত্ব
৬ প্ৰবন্ধ
-
নাৰীত্ব
নাৰীত্ব (ইংৰাজী: Femininity; যাক স্ত্ৰীত্ব বুলিও কোৱা হয়) হ’ল সাধাৰণতে মহিলা আৰু ছোৱালীৰ সৈতে জড়িত গুণাগুণ, আচৰণ আৰু ভূমিকাৰ এক গোট। নাৰীত্বক সামাজিকভাৱে নিৰ্মিত বুলি বুজিব পাৰি, আৰু কিছুমান প্ৰমাণো পোৱা গৈছে যে নাৰীসুলভ বুলি গণ্য কৰা কিছুমান আচৰণ সাংস্কৃতিক কাৰক আৰু জৈৱিক কাৰক — এই উভয়ৰেদ্বাৰা…
-
স্ত্ৰী
এটা জীৱৰ লিংগ হ’ল স্ত্ৰী (চিহ্ন: ♀) যদিহে ই ডিম্বাণু উৎপন্ন কৰে, যিটো হ’ল একপ্ৰকাৰৰ জনন কোষ, যি যৌন প্ৰজননৰ সময়ত পুৰুষ জনন কোষ (শুক্ৰাণু)ৰ সৈতে মিলিত হয়। এগৰাকী স্ত্ৰীৰ জনন কোষ পুৰুষতকৈ ডাঙৰ।
-
নাৰীকৰণ (সমাজতত্ত্ব)
সমাজতত্ত্ব অনুসৰি নাৰীত্বকৰণ (ইংৰাজী: Feminization) হ’ল কোনো সমাজ, গোট বা সংগঠনত লিংগ ভূমিকাৰ পৰিৱৰ্তন, য’ত নাৰীত্বৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ অৰ্থ এনে এক গোট বা পেচাত নাৰীৰ অন্তৰ্ভুক্তিও হ’ব পাৰে যি এসময়ত পুৰুষৰ আধিপত্যত আছিল।
-
গাৰ্লি গাৰ্ল
গাৰ্লি গাৰ্ল (Girly girl) হৈছে পৰম্পৰাগতভাৱে নাৰীসুলভভাৱে নিজকে উপস্থাপন কৰা ছোৱালী বা মহিলাৰ বাবে ব্যৱহাৰ কৰা বিশেষণ সূচক শব্দ। ইয়াৰ ভিতৰত গোলাপী ৰঙৰ কাপোৰ পিন্ধা, মেক-আপ ব্যৱহাৰ কৰা, সুগন্ধি ব্যৱহাৰ কৰা, স্কাৰ্ট পিন্ধা আৰু পৰম্পৰাগতভাৱে নাৰীত্বৰ সৈতে জড়িত কামত লিপ্ত হোৱা, যেনে বিভিন্নজনৰ…
-
জীয়াৰী
জীয়াৰী, জীয়ৰী বা কন্যা (:Daughter) এগৰাকী স্ত্ৰীলিংগৰ সন্তান; পিতৃ-মাতৃৰ সম্পৰ্কত এগৰাকী ছোৱালী বা মহিলা। কন্যা হ’বলৈ কাৰোবাৰ কন্যা সন্তান হিচাপে পৰিচিত অৱস্থা। সমকক্ষ পুৰুষবাচক শব্দ পুত্ৰ। বিভিন্ন উপাদানৰ মাজৰ সম্পৰ্ক দেখুৱাবলৈ কেইবাটাও ক্ষেত্ৰত এই নামটো ব্যৱহাৰ কৰা হয়।
-
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধা
সাহিত্য আৰু সংস্কৃতিত নাৰী যোদ্ধাৰ (Women warriors in literature and culture) চিত্ৰণ ইতিহাস, সাহিত্য অধ্যয়ন, চলচ্চিত্ৰ অধ্যয়ন, লোককথাৰ ইতিহাস, পৌৰাণিক কাহিনীৰ অধ্যয়নৰ বিষয়।