চুটিগল্প
৪ প্ৰবন্ধ
-
চুটিগল্প
চুটিগল্প (Short story) সাহিত্যকলাৰ এটি অভিনৱ শাখা যি বাস্তৱ জীৱন আধাৰিত সংক্ষিপ্ত পৰিসৰৰ কাহিনী। চুটিগল্পৰ এটা স্বয়ংসম্পূৰ্ণ বা সৰ্বজনসন্মত সংজ্ঞা নাই।
-
দ্য এণ্ড (চুটিগল্প)
দ্য এণ্ড (মূল স্পেনিছ শিৰোনাম: El fin) হৈছে আৰ্জেণ্টাইন সাহিত্যিক হৰ্হে লুইছ বৰ্হেছৰ এটা চুটিগল্প। এই গল্পটো প্ৰথমবাৰৰ বাবে ১৯৫৩ চনত লা নেচন কাকতত প্ৰকাশ পাইছিল। পিছলৈ ১৯৫৬ চনৰ Ficciones গ্ৰন্থৰ দ্বিতীয় অংশ (Artifices)ত ইয়াক অন্তৰ্ভুক্ত কৰা হয়।
-
দ্য ষ্টাৰ
"দ্য ষ্টাৰ" (ইংৰাজী: The Star) হৈছে ইংৰাজ লেখক আৰ্থাৰ চি. ক্লৰ্কৰ দ্বাৰা ৰচিত এটা কল্পবিজ্ঞান চুটি গল্প। ই ১৯৫৫ চনত ইনফিনিটি চায়েন্স ফিকচন নামৰ কল্পবিজ্ঞান আলোচনীত প্ৰকাশ পাইছিল আৰু ১৯৫৬ চনত হ্যুগো বঁটা লাভ কৰিছিল।
-
দ্য ৱাণ্ডাৰফুল টয়মেকাৰ
ইভেলিন শ্বাৰ্পৰ চুটিগল্প "দ্য ৱাণ্ডাৰফুল টয়মেকাৰ" (ইংৰাজী: The Wonderful Toymaker) হৈছে অল দ্য ৱে টু ফেয়াৰীলেণ্ড: ফেয়াৰী ষ্টৰিজ নামৰ সাধুকথাৰ সংকলনটোৰ এটা অংশ। কেম্ব্ৰিজ ইউনিভাৰ্ছিটি প্ৰেছে ১৮৯৭ চনত পোনপ্ৰথমবাৰৰ বাবে এই সংকলনটো প্ৰকাশ কৰিছিল।