চীন দেশৰ নাৰী অধিকাৰ কৰ্মী
৫ প্ৰবন্ধ
-
কাই চাং
কাই চাং (১৪ মে' ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী চীনা ৰাজনীতিবিদ আৰু মহিলা অধিকাৰ কৰ্মী আছিল; যি চীনৰ মহিলা অধিকাৰ সংগঠন অল-চাইনা মহিলা ফেডাৰেচনৰ প্ৰথম অধ্যক্ষ আছিল।
-
ছু চাংলান
ছু চাংলান Su Changlanচীনৰ গুৱাংডংৰ ফ’ছানৰ বিশেষকৈ মহিলাৰ অধিকাৰৰ দিশত কাম কৰা এগৰাকী চীনা নাগৰিক অধিকাৰ কৰ্মী।
-
লি কিয়াওচু
লি কিয়াওচু (Li Qiaochu; জন্ম: ১৩ জানুৱাৰী ১৯৯১, বেইজিং) এগৰাকী চীনা শ্ৰমিক আৰু মহিলা অধিকাৰ কৰ্মী আৰু শ্ৰমিক বিষয়ৰ গৱেষক। ২০২০ চনৰ প্ৰথমাৰ্ধত চাৰি মাহৰ বাবে আৰু ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত পুনৰ কৰ্তৃপক্ষই দুয়োটা গোচৰতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অভিযোগত আটক কৰি ৰাখিছিল।
-
লিয়াং জুন
লিয়াং জুন Liang Jun(জন্ম-১৯৪৫) চীনত মহিলাৰ শিক্ষাৰ অধিকাৰৰ বাবে প্ৰচাৰ চলোৱাৰ লগতে হেনান কমিউনিটি এডুকেশ্যন ৰিচাৰ্চ চেণ্টাৰ আৰু চীনৰ প্ৰথম মহিলা ইতিহাস সংগ্ৰহালয় হেনান উইমেন এণ্ড চিলড্ৰেন এক্টিভিটি চেণ্টাৰ দুয়োটাৰে সহ-প্ৰতিষ্ঠা কৰিছিল।
-
ৱেই টিংটিং
ৱেই টিংটিং (Wei Tingting; জন্ম: ১৯৮৯) এগৰাকী চীনা LGBTI+ আৰু নাৰীবাদী কৰ্মী, লেখিকা আৰু তথ্যচিত্ৰ নিৰ্মাতা। তেওঁ 'ফেমিনিষ্ট ফাইভ'ৰ ভিতৰত অন্যতম।