গ্ৰীক কবি
৪ প্ৰবন্ধ
-
হোমাৰ
পশ্চিমীয়া দ্ৰুপদী কিংবদন্তীত হোমাৰ (; প্ৰাচীন গ্ৰীক:, Hómēros) হৈছে মহাকাব্য "ইলিয়াড" আৰু "ওডিছী"ৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিচাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াত থকা বৰঙণিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম। হোমাৰৰ জীৱনৰ সময় বিতৰ্কিত।
-
এৰিষ্ট'টেলিছ কুৰ্টিডিছ
এৰিষ্ট'টেলিছ কুৰ্টিডিছ (ইংৰাজী: Aristotelis Kourtidis; Αριστοτέλης Κουρτίδης; জন্ম: ১৮৫৮ – ১৯২৮) এজন বিশিষ্ট গ্ৰীক শিক্ষাবিদ আৰু লেখক আছিল।
-
মোৱেৰো
মোৱেৰো (ইংৰাজী: Moero; Μοιρώ, সক্ৰিয়: ) বা মাইৰো (Μυρώ) বাইজেণ্টিয়াম চহৰৰ এগৰাকী হেলেনিষ্টিক যুগৰ মহিলা কবি আছিল। তেওঁৰ কবিতাৰ অতি কম অংশহে বৰ্তমান পোৱা যায়: তেওঁৰ মহাকাব্য নিমোচিনৰ (Mnemosyne) দহটা শাৰী এথেনিয়াচে উদ্ধৃত কৰিছে আৰু তেওঁৰ দুটা এপিগ্ৰাম (এবিধ চুটি কবিতা) গ্ৰীক এনথ’লজীত সংৰক্ষিত হৈ…
-
সোফোক্লেচ
সোফোক্লেচ (Sophocles) তিনিজন প্ৰাচীন গ্ৰীক বিয়োগান্তক নাটকৰ ৰচয়িতাসকলৰ মাজৰ এজন যাৰ নাটকবোৰ বৰ্তি আছিল। তেওঁৰ প্ৰথম নাটকসমূহ ইস্কিলাছৰ সমসাময়িক বা তাৰ পাছত লিখা হৈছিল; আৰু ইউৰোপিডৰ পূৰ্বৰ বা সমসাময়িক।