ৱেন্যুয়ান জু
ৱেন্যুয়ান জু (ইংৰাজী: Wenyuan Xu; চীনা: 徐文渊) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী যিয়ে বেতাঁৰ নেটৱৰ্ক, এম্বেডেড চিষ্টেম আৰু ইণ্টাৰনেট অৱ থিংছৰ সুৰক্ষা বিষয়ত গৱেষণা কৰে। তেওঁ ঝেজিয়াং বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিং মহাবিদ্যালয়ৰ অধ্যাপিকা আৰু ইউবিকুইটাছ চিষ্টেম ছিকিউৰিটি লেবৰেটৰীৰ পৰিচালিকা।
জীৱনী২১০ শব্দ