অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হস্তা

হস্তা (हस्त), অৰ্থাৎ "হাত" ভাৰতীয় জ্যোতিষ আৰু জ্যোতিষ বিজ্ঞানৰ তেৰ নম্বৰ নক্ষত্ৰ (চন্দ্ৰ ভৱন), যাৰ বিস্তৃতি ১০°ৰপৰা ২৩° ২০′লৈকে। ই কৰ্ভাছ নক্ষত্ৰমণ্ডলৰ α, β, γ, δ, আৰু ε কৰ্ভি তৰাৰ সৈতে ৰজিতা খায়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

হস্তা (हस्त), অৰ্থাৎ "হাত" ভাৰতীয় জ্যোতিষ আৰু জ্যোতিষ বিজ্ঞানৰ তেৰ নম্বৰ নক্ষত্ৰ (চন্দ্ৰ ভৱন), যাৰ বিস্তৃতি ১০°ৰপৰা ২৩° ২০′লৈকে। ই কৰ্ভাছ নক্ষত্ৰমণ্ডলৰ α, β, γ, δ, আৰু ε কৰ্ভি তৰাৰ সৈতে ৰজিতা খায়।১

তথ্যসূত্ৰ

  1. ↑ Hasta (हस्त). All Skies Encyclopaedia. IAU Working Group on Star Names

সম্পৰ্কিত শ্ৰেণী

নক্ষত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হস্তা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪২৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।