অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০১৩)

২০১৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২০ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

২০১৩ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানফ্ৰঁচোৱা এংলাৰ্ট François Englert"পৰমাণুতকৈ ক্ষুদ্ৰ কণিকাৰ ভৰ উদ্ভৱৰ কাৰণ সম্পৰ্কে তেওঁলোকে দিয়া তাত্বিক বাখ্যাৰ বাবে, যি বাখ্যা অতি সম্প্ৰতি চাৰ্ন লাৰ্জ হেড্ৰন কলাইডাৰ-ত ATLAS আৰু CMS পৰীক্ষণৰ সময়ত ভৱিষ্যবাণী কৰা কণিকাৰ উপস্থিতি নিশ্চিত কৰি কৰা হয়" (""for the theoretical discovery of a mechanism that contributes to our understanding of the origin of mass of subatomic particles, and which recently was confirmed through the discovery of the predicted fundamental particle, by the ATLAS and CMS experiments at CERN's Large Hadron Collider"")
Higgs, Peter (1929)3.jpgপিটাৰ ডব্লিউ. হিগ্‌ছ Peter W. Higgs
২ৰসায়ন বিজ্ঞানNo free image man (as).pngমাৰ্টিন কেৰ্প্লাছ Martin Karplus"জটিল ৰাসায়নিক প্ৰণালীৰ বহুমাত্ৰিক আৰ্হিৰ বিকাশৰ বাবে" ("for the development of multiscale models for complex chemical systems")
Michael Levitt.jpgমাইকেল লেভিট্‌ Michael Levitt
AW TW PS.jpgএৰিয়া ৱাৰ্শ্বেল Arieh Warshel
৩ফিজিঅ'লজী বা মেডিচিনজেম্‌ছ ই. ৰথম্যান James E. Rothmanকোষৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ পৰিবাহী তন্ত্ৰ ভেছিক্‌ল-ৰ (vesicle) মাজেৰে পৰিবহন প্ৰক্ৰিয়াৰ আৱিষ্কাৰৰ বাবে ("for their discoveries of machinery regulating vesicle traffic, a major transport system in our cells")
Randy Schekman 8 February 2012.jpgৰেণ্ডি ডব্লিউ. স্কেকম্যান Randy W. Schekman
No free image man (as).pngথমাছ চি. শ্ব্যুধফ Thomas C. Südhof
৪সাহিত্যNo free image man (as).pngএলিচ মুন্‌ৰ' Alice Munro"সাম্প্ৰতিক চুটি গল্পৰ বিশাৰদ" ("master of the contemporary short story")
৫ন'বেল শান্তি বঁটাNo free image man (as).pngৰাসায়নিক অস্ত্ৰৰ নিষিদ্ধকৰণ সংস্থা Organization for the Prohibition of Chemical Weaponsসদৰ কাৰ্যালয়ঃ দ্যা হেগ, নেদাৰলেণ্ডৰাসায়নিক অস্ত্ৰ নিৰ্মূল কৰাৰ বাবে তেওঁলোকে কৰা অহোপৰুষাৰ্থৰ বাবে ("for its extensive efforts to eliminate chemical weapons")
৬ৰসায়ন বিজ্ঞানইউজিন এফ. ফামা Eugene F. Fama"সম্পদৰ মূল্যৰ ওপৰত তেওঁলোকে কৰা অভিজ্ঞানিক বিশ্লেষণৰ বাবে" ("for their empirical analysis of asset prices")
লাৰ্ছ পিটাৰ হেনছেন Lars Peter Hansen
ৰবাৰ্ট জে. শ্বিলাৰ Robert J. Shiller

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০১৩)” প্ৰবন্ধৰ সংশোধন ২০৬৯৫৫ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।