অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০০৭)

২০০৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

২০০৭ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানএলবাৰ্ট ফাৰ্ট Albert Fert"বিশাল চুম্বকীয় প্ৰতিৰোধ আৱিষ্কাৰৰ বাবে" ("for the discovery of Giant Magnetoresistance")
Peter Gruenberg 01.jpgপিটাৰ গ্ৰানবাৰ্গ Peter Grünberg
২ৰসায়ন বিজ্ঞানProf Ertl-Portrait.jpgগেৰহাৰ্ড আৰ্ট্‌ল Gerhard Ertl"কঠিন তলত ৰাসায়নিক প্ৰক্ৰিয়াসমূহৰ গৱেষণাৰ বাবে" ("for his studies of chemical processes on solid surfaces")
৩ফিজিঅ'লজী বা মেডিচিনMario Capecchi UTHSCSA.JPGমাৰিঅ' আৰ. কেপেচ্চি Mario R. Capecchi"ভ্ৰুণীয় ষ্টেম কোষ ব্যৱহাৰ কৰি নিগনিৰ সুনিৰ্দিষ্ট জিনীয় পৰিৱৰ্তন সংঘটিত কৰাৰ নীতি আৱিষ্কাৰৰ বাবে" ("for their discoveries of principles for introducing specific gene modifications in mice by the use of embryonic stem cells")
Martin Evans Nobel Prize.jpgছাৰ মাৰ্টিন জে. ইভান্‌ছ Sir Martin J. Evans
Oliver-smithies.jpgঅলিভাৰ স্মিথিছ Oliver Smithies,
৪সাহিত্যDoris lessing 20060312 (jha).jpgড'ৰিছ লেছিং Doris Lessing"নাৰী অভিজ্ঞতাৰ মহাকবি, যিয়ে সন্দিগ্ধতা, ক্ষোভ আৰু দূৰদৃষ্টিৰে খণ্ডিত সভ্যতাক পৰীক্ষা কৰে" ( "that epicist of the female experience, who with scepticism, fire and visionary power has subjected a divided civilisation to scrutiny")
৫শান্তিNo image.svgজলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আন্ত:চৰকাৰী সমিতি Intergovernmental Panel on Climate Change (IPCC)প্ৰতিষ্ঠা:মানৱ-সৃষ্ট জলবায়ু পৰিৱৰ্তনৰ বিষয়ে অধিক জানিবলৈ আৰু জনাবলৈ তেওঁলোকে হাতত লোৱা প্ৰচেষ্টাসমূহৰ বাবে, আৰু এই পৰিৱৰ্তন ৰোধ কৰাৰ বাবে ল'বলগীয়া কাৰ্যাৱলীৰ বুনিয়াদী পদক্ষেপ গ্ৰহন কৰাৰ বাবে ("for their efforts to build up and disseminate greater knowledge about man-made climate change, and to lay the foundations for the measures that are needed to counteract such change")
Al Gore, Vice President of the United States, official portrait 1994.jpgএলবাৰ্ট আৰ্নল্ড (এল) গোৰে, কনিষ্ঠ Albert Arnold (Al) Gore Jr.
৬অৰ্থনীতিলেওনিড হাৰৱিক্‌জ Leonid Hurwicz"ৰূপাঙ্কন তত্বৰ গঠনৰ বুনিয়াদ প্ৰতিষ্ঠা কৰাৰ বাবে" ("for having laid the foundations of mechanism design theory")
এৰিক এছ. মেছ্‌কিন Eric S. Maskin
ৰ'জাৰ বি. মায়াৰ্ছন Roger B. Myerson

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০৭)” প্ৰবন্ধৰ সংশোধন ২০৬৯৫২ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।