"পোহৰৰ সংসক্ততাৰ কোৱাণ্টাম তত্বৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদানৰ বাবে" ("for his contribution to the quantum theory of optical coherence")
জন এল. হল (John L. Hall)
"পোহৰ কম্পনাংক ক'ম্ব প্ৰণালী সমন্বিতে লেজাৰৰ জৰিয়তে নিখুঁত বৰ্ণালীবিজ্ঞানৰ বিকাশৰ বাবে তেওঁলোকে আগবঢ়োৱা অৱদানৰ বাবে" ("for their contributions to the development of laser-based precision spectroscopy, including the optical frequency comb technique")
থিঅ'ডৰ ডব্লিউ. হান্স্ক (Theodor W. Hänsch)
২
ৰসায়ন বিজ্ঞান
য়েভেছ চভিন (Yves Chauvin)
জৈৱ সংশ্লেষণৰ বাবে মেটাথিছিছ প্ৰণালীৰ বিকাশৰ বাবে ("for the development of the metathesis method in organic synthesis")
ৰবাৰ্ট এইচ. গ্ৰাব্ছ (Robert H. Grubbs)
ৰিচাৰ্ড আৰ. স্ক্ৰক (Richard R. Schrock)
৩
ফিজিঅ'লজী বা মেডিচিন
বেৰী জে. মাৰ্শ্বাল (Barry J. Marshall)
"হেলিক'বেক্টাৰ পাইল'ৰি বেক্টেৰিয়াৰ আৱিষ্কাৰ আৰু পাকস্থলীৰ অম্ল ৰোগ আৰু পাকস্থলীৰ ঘাঁ কৰাত ইয়াৰ ভূমিকা আৱিষ্কাৰ কৰাৰ বাবে" ("for their discovery of the bacterium Helicobacter pylori and its role in gastritis and peptic ulcer disease")
জে. ৰবিন ৱাৰেন (J. Robin Warren)
৪
সাহিত্য
হেৰ'ল্ড পিণ্টাৰ Harold Pinter
"যিয়ে তেখেতৰ নাটকত দৈনন্দিন জল্পনাৰ আঁৰত সোমাই থকা থিয় গৰাবোৰ উলিয়াই আনে আৰু শোষিতজনৰ ৰুদ্ধঘৰলৈ বলেৰে সোমাই যাব পাৰে" ("who in his plays uncovers the precipice under everyday prattle and forces entry into oppression's closed rooms")
৫
শান্তি
আন্তৰ্জাতিক পাৰমাণৱিক শক্তি প্ৰতিষ্ঠান (IAEA) (International Atomic Energy Agency)
"নিউক্লিয় শক্তিক সামৰিক ভাৱে ব্যৱহাৰ কৰাৰ বিৰুদ্ধে তেওঁলোকে হাতত লোৱা প্ৰচেষ্টা আৰু লগতে নিউক্লিয় শক্তি যাতে অতি নিৰাপদভাৱে শান্তিৰ কামত ব্যৱহাৰ হয় তাৰ নিশ্চয়তা প্ৰদান কৰাৰ বাবে" (for their efforts to prevent nuclear energy from being used for military purposes and to ensure that nuclear energy for peaceful purposes is used in the safest possible way")
মহম্দ এলবাৰাডে (Mohamed ElBaradei)
৬
অৰ্থনীতি
ৰবাৰ্ট জে. অমেন (Robert J. Aumann)
গেম-থিয়ৰীৰ মাজেৰে সংঘাট আৰু সহযোগিতাক বুজাৰ ক্ষেত্ৰত তেওঁলোকে দিয়া অৱদানৰ বাবে" ("for having enhanced our understanding of conflict and cooperation through game-theory analysis")