অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০০৪)

২০০৪ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

২০০৪ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানডেভিড জে. গ্ৰছ (David J. Gross)"প্ৰৱল অন্তৰাক্ৰিয়া-ৰ তত্বত অনন্তস্পৰ্শী স্বাতন্ত্ৰ-ৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of asymptotic freedom in the theory of the strong interaction")
No free image man (en).svgএইচ. ডেভিড প'লিট্‌জাৰ (H. David Politzer)
Nobel Laureate Frank Wilczek 2007.jpgফ্ৰেংক ৱিলচেক (Frank Wilczek)
২ৰসায়ন বিজ্ঞানNo free image man (as).pngএৰন চিচেন'ভাৰ (Aaron Ciechanover)"ইউবিকুইটিন-ৰদ্বাৰা প্ৰ'টিন অৱনমন-ৰ (নিম্নীকৰণ) আৱিষ্কাৰৰ বাবে" ("for the discovery of ubiquitin-mediated protein degradation")
No free image man (en).svgএভ্ৰাম হাৰ্ছক' (Avram Hershko)
No free image man (en).svgআৰউইন ৰ'জ (Irwin Rose)
৩ফিজিঅ'লজী বা মেডিচিনNo free image man (en).svgৰিচাৰ্ড এক্সেল (Richard Axel)"ঘ্ৰাণ তন্ত্ৰৰ গঠন আৰু ঘ্ৰাণ গ্ৰাহক-ৰ আৱিষ্কাৰৰ বাবে" ("for their discoveries of odorant receptors and the organization of the olfactory system")
No free image man (en).svgলিন্ডা বি. বাক্‌ (Linda B. Buck)
৪সাহিত্যNo free image man (en).svgইলফ্ৰিড জেলিনেক Elfriede Jelinek"তেখেতৰ উপন্যাস আৰু নাটকত কণ্ঠ আৰু প্ৰতিকণ্ঠৰ সাংগিতীক গতি, যিয়ে অসাধাৰণ ভাষিক পটুতাৰে সমাজত প্ৰচলিত গতানুগতিক পদসমস্তি আৰু ইয়াৰ দমনকাৰী শক্তিক উদঙাই দিয়ে" ("for her musical flow of voices and counter-voices in novels and plays that with extraordinary linguistic zeal reveal the absurdity of society's clichés and their subjugating power")
৫শান্তিৱাংগাৰি মুটা মাথাই (Wangari Muta Maathai)"দীৰ্ঘস্থায়ী বিকাশ, গণতন্ত্ৰ আৰু শান্তিৰ বাবে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে" ("for her contribution to sustainable development, democracy and peace")
৬অৰ্থনীতি বিজ্ঞানফিন ই. কিডলেণ্ড (Finn E. Kydland)"গতিশীল বৃহৎ অৰ্থনীতি ক্ষেত্ৰত তেওঁলোকৰ অৱদান: অৰ্থনৈতিক নীতিৰ সময় স্থায়িত্ব আৰু বজাৰ চক্ৰৰ চালিকা শক্তি" ("for their contributions to dynamic macroeconomics: the time consistency of economic policy and the driving forces behind business cycles")
এড্‌ৱাৰ্ড চি. প্ৰেছকট (Edward C. Prescott)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০৪)” প্ৰবন্ধৰ সংশোধন ২০৬৯৪৯ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।