অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (২০০০)

২০০০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ২৮ আগষ্ট ২০২৩ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

২০০০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

১পদাৰ্থ বিজ্ঞানজোৰেছ আই. এলফেৰ'ভ Zhores I. Alferov"তথ্য আৰু সংযোগ প্ৰযুক্তিবিদ্যাৰ বুনিয়াদী গৱেষণাৰ বাবে"। জোৰেছ এলফেৰ'ভ আৰু হাৰ্বাৰ্ট ক্ৰ'মাৰলৈ "অসুষম অৰ্দ্ধপৰিবাহী আৱিষ্কাৰৰ বাবে, যাৰ ব্যৱহাৰ হয় উচ্চ-গতি আৰু পোহৰ-বৈদ্যুতিনবিদ্যাত" ("for basic work on information and communication technology". Zhores I. Alferov and Herbert Kroemer "for developing semiconductor heterostructures used in high-speed- and opto-electronics")
No free image man (as).pngহাৰ্বাৰ্ট ক্ৰ'মাৰ Herbert Kroemer
জেক এছ. কিল্‌বি Jack S. Kilbyজেক এছ. কিল্‌বিলৈ "সমন্বিত বৰ্তনী উদ্ভাৱনলৈ থকা তেখেতৰ অৰিহনাৰ বাবে" (Jack S. Kilby "for his part in the invention of the integrated circuit")
২ৰসায়ন বিজ্ঞানNo free image man (as).pngএলেন জে. হীজাৰ Alan J. Heegerপৰিবাহী পলিমাৰৰ আৱিষ্কাৰ আৰু বিকাশৰ বাবে (for the discovery and development of conductive polymers)
No free image man (as).pngএলেন জি. মেক্‌ডায়েৰ্মিড Alan G. MacDiarmid
No free image man (as).pngহিডেকি শ্বিৰাকাৱা Hideki Shirakawa
৩ফিজিঅ'লজী বা মেডিচিনArvid Carlsson 2011a.jpgএৰ্ভিড কাৰ্লছন Arvid Carlssonস্নায়ুতন্ত্ৰত সংকেত পৰাৰেশন-ৰ বিষয়ে তেওঁলোকে কৰা আৱিষ্কাৰসমূহৰ বাবে (for their discoveries concerning signal transduction in the nervous system)
Paul Greengard.jpgপল গ্ৰীনগাৰ্ড Paul Greengard
Eric Kandel World Economic Forum 2013.jpgএৰিক. আৰ. কেণ্ডেল Eric R. Kandel
৪সাহিত্যগাও ঝিংজিয়ান Gao Xingjianএখেতৰ সাৰ্বজনীন গ্ৰহনীয়তা, তিক্ত অন্তৰ্ভীক্ষা আৰু ভাষিক প্ৰতিভাই চীনা উপন্যাস আৰু নাটকক নতুন পথ প্ৰদান কৰিবলৈ সক্ষম হৈছে (for an œuvre of universal validity, bitter insights and linguistic ingenuity, which has opened new paths for the Chinese novel and drama)
৫ন'বেল শান্তি বঁটাকিম ডে-ঝং Kim Dae-jungদক্ষিণ কোৰিয়া সমন্বিতে সমগ্ৰ পূৱ এছিয়াতে গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ অৰ্থে তেখেতে কৰা কৰ্মৰ বাবে, লগতে নৰ্থ কোৰিয়াৰ লগত শান্তি আৰু সহযোগিতাৰ বাতাৱৰণ উন্নত কৰাৰ বাবে তেখেতে কৰা প্ৰচেষ্টাৰ বাবে (for his work for democracy and human rights in South Korea and in East Asia in general, and for peace and reconciliation with North Korea in particular)
৬অৰ্থনীতি বিজ্ঞানজেম্‌ছ জে. হেকমেন James J. Heckmanনিৰ্বাচিত নমুনা বিশ্লেষণৰ তত্ব আৰু প্ৰক্ৰিয়া বিকাশৰ বাবে (for his development of theory and methods for analyzing selective samples)
ডেনিয়েল এল. মেক্‌ফেডেন Daniel L. McFaddenস্বতন্ত্ৰ নিৰ্বাচনৰ বিশ্লেষণৰ বাবে তত্ব আৰু প্ৰক্ৰিয়াৰ বিকাশৰ বাবে (for his development of theory and methods for analyzing discrete choice)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (২০০০)” প্ৰবন্ধৰ সংশোধন ৩৭৫৯৮৮ (২৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।