অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৯৯)

১৯৯৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

১৯৯৯ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

১পদাৰ্থ বিজ্ঞানজেৰাৰ্ডাছ 'ট হুফ্ট Gerardus 't Hooft"দুৰ্বলবৈদ্যুতিক অন্তৰাক্ৰিয়া-ৰ কোৱাণ্টাম গাঁঠনিৰ ওপৰত কৰা আলোকপাতৰ বাবে" ("for elucidating the quantum structure of electroweak interactions in physics")
Martinus Veltman.jpgমাৰ্টিনাছ জে.জি. ভেল্টমেন Martinus J.G. Veltman
২ৰসায়ন বিজ্ঞানAhmed Zewail.jpgআহমদ এইচ. জেৱাইল Ahmed H. Zewail"ফেম্‌ট'ছেকেণ্ড বৰ্ণালীবীক্ষণ বিজ্ঞান ব্যৱহাৰ কৰি ৰাসায়নিক বিক্ৰিয়াৰ মধ্যৱৰ্তী পৰ্যায়সমূহৰ ওপৰত কৰা গৱেষণাৰ বাবে" ("for his studies of the transition states of chemical reactions using femtosecond spectroscopy")
৩ফিজিঅ'লজী বা মেডিচিনGunter Blobel 2008 1.JPGগুণ্টাৰ ব্ল'বেল Günter Blobel"প্ৰ'টিনৰ পৰিবহন আৰু চিহ্নিতকৰণৰ বাবে অন্তৰ্নিহিত সংকেতৰ অস্তিত্ব উদ্ঘাটনৰ বাবে" ("for the discovery that proteins have intrinsic signals that govern their transport and localization in the cell")
৪সাহিত্যGünter Grass, 2004.jpgগুণ্টাৰ গ্ৰাছ Günter Grass"যাৰ ৰং-ধেমালিৰে ভৰপূৰ আন্ধাৰ গাঁথাই পাহৰি যোৱা অতীতৰ চেহেৰাক আমাৰ আগত দাঙি ধৰে।" ("whose frolicsome black fables portray the forgotten face of history")
৫ন'বেল শান্তি বঁটামেডিচিন্‌ছ ছেন্স ফ্ৰণ্টিয়াৰ Médecins Sans Frontièresমুখ্য কাৰ্যালয়ঃ"কেবাখনো মহাদেশ জুৰি এই সংস্থাই আগবঢ়োৱা অগ্ৰণী মানৱীয় কৰ্মৰ স্বীকৃতি হিচাপে" ("in recognition of the organization's pioneering humanitarian work on several continents")
৬অৰ্থনীতি বিজ্ঞানRmundell.jpgৰবাৰ্ট এ. মুণ্ডেল Robert A. Mundell"বিভিন্ন বিনিময় দৰ স্থানত মুদ্ৰা আৰু অৰ্থনৈতিক নীতি সম্বন্ধে তেখেতে কৰা বিশ্লেষণ আৰু অনুকুলতম মুদ্ৰা ক্ষেত্ৰ সম্বন্ধীয় তেখেতৰ বিশ্লেষণৰ বাবে" ("for his analysis of monetary and fiscal policy under different exchange rate regimes and his analysis of optimum currency areas")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯৯)” প্ৰবন্ধৰ সংশোধন ২০৬৯৪৪ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।