অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৯৮)

১৯৯৮ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২২ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

১৯৯৮ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

১পদাৰ্থ বিজ্ঞানৰবাৰ্ট বি. লাফলিন Robert B. Laughlin"আংশিক আয়নীয় উত্তেজনা সম্বলিত এক নতুন ধৰণৰ কোৱাণ্টাম তৰল আৱিষ্কাৰৰ বাবে" ("for their discovery of a new form of quantum fluid with fractionally charged excitations")
হ'ৰ্ষ্ট এল. ষ্ট'ৰ্মাৰ Horst L. Störmer
No free image man (as).pngডেনিয়েল চি. চুই Daniel C. Tsui
২ৰসায়ন বিজ্ঞানWalter Kohn.jpgৱাল্টাৰ ক'ন Walter Kohn"তেখেতে আগবঢ়োৱা ঘনত্ব ফলনৰ তত্বৰ বাবে" ("for his development of the density-functional theory")
No free image man (as).pngজন এ. প'পল John A. Pople"কোৱাণ্টাম ৰসায়নবিদ্যাত গাণনিক পদ্ধতিৰ বিকাশৰ বাবে" ("for his development of computational methods in quantum chemistry")
৩ফিজিঅ'লজী বা মেডিচিনDrfurchgott.jpgৰবাৰ্ট এফ. ফাৰ্চগ'ট Robert F. Furchgott"হৃদ-ৰক্তবাহী তন্ত্ৰত নাইট্ৰিক অক্সাইড অণুৱে সংকেতবাহকৰ কাম কৰে, এই আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning nitric oxide as a signalling molecule in the cardiovascular system")
Louis Ignarro.jpgলুই জে. ইগ্‌নেৰ' Louis J. Ignarro
Ferid Murad.jpgফেৰিড মুৰাড Ferid Murad
৪সাহিত্যJSJoseSaramago.jpgজোছ ছাৰামেগ' José Saramago"যাৰ কল্পনা, দৰদ আৰু ব্যংগৰে পূৰ্ণ গাঁথাবোৰে আমাক বাস্তৱৰ ৰহস্যক আকৌ এবাৰ চাবলৈ বাধ্য কৰে" ("who with parables sustained by imagination, compassion and irony continually enables us once again to apprehend an elusory reality")
৫ন'বেল শান্তি বঁটাজন হিউম John Hume"উত্তৰ আয়াৰলেণ্ডৰ সংঘাটৰ এক শান্তিময় সমাধানৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে" ("for their efforts to find a peaceful solution to the conflict in Northern Ireland")
ডেভিড ট্ৰিম্‌বল David Trimble
৬অৰ্থনীতি বিজ্ঞানঅমৰ্ত্য সেন Amartya Sen"কল্যাণকামী অৰ্থনীতিৰ প্ৰতি তেখেতে আগবঢ়োৱা অৱদানৰ বাবে" ("for his contributions to welfare economics")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯৮)” প্ৰবন্ধৰ সংশোধন ৩৩২৫৯৩ (৬ ছেপ্তেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।