অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৯৬)

১৯৯৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

১৯৯৬ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানডেভিড এম. লী David M. Lee"হিলিয়াম-৩ -ৰ ক্ষেত্ৰত অতিতৰলতা আৱিষ্কাৰৰ বাবে" ("for their discovery of superfluidity in helium-3")
No free image man (as).pngডগলাছ ড. ওছেৰ'ফ Douglas D. Osheroff
No free image man (as).pngৰবাৰ্ট চি. ৰিচাৰ্ডছন Robert C. Richardson
২ৰসায়ন বিজ্ঞানNo free image man (as).pngৰবাৰ্ট এফ. কাৰ্ল কনিষ্ঠ Robert F. Curl Jr."ফুলেৰিনসমূহৰ আৱিষ্কাৰৰ বাবে" ("for their discovery of fullerenes")
No free image man (as).pngছাৰ হেৰল্ড ডব্লিউ. ক্ৰোট' Sir Harold W. Kroto
No free image man (as).pngৰিচাৰ্ড এ. স্মলী Richard E. Smalley
৩ফিজিঅ'লজী বা মেডিচিনNo free image man (as).pngপিটাৰ চি. ড'হাৰ্টী Peter C. Doherty"কোষৰ দ্বাৰা চালিত প্ৰতিৰোধী ব্যৱস্থাৰ বিশিষ্টতা আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning the specificity of the cell mediated immune defence")
No free image man (as).pngৰ'ল্ফ এম. জিংকাৰনে'জেল Rolf M. Zinkernagel
৪সাহিত্যNo free image man (as).pngৱিছলাৱা জেমবৰ্ছ্‌কা Wislawa Szymborska"সেই কবিতাৰ বাবে যিয়ে সুনিৰ্দিষ্ট ব্যংগৰ মাজেৰে ঐতিহাসিক আৰু জৈৱিক প্ৰসংগক পোহৰলৈ আনে মানৱ বাস্তৱৰ কিছু ভগ্নাংশক।" ("for poetry that with ironic precision allows the historical and biological context to come to light in fragments of human reality")
৫ন'বেল শান্তি বঁটাকাৰ্ল'ছ ফিলিপ হিমেনেছ বেলো Carlos Filipe Ximenes Belo"পূৱ টিম'ৰৰ সংঘৰ্ষৰ ন্যায়িক আৰু শান্তিপূৰ্ণ সমাধানৰ বাবে তেওঁলোকে কৰা কামৰ বাবে" ("for their work towards a just and peaceful solution to the conflict in East Timor")
জোছ ৰেম'ছ-হ'ৰ্টা José Ramos-Horta
৬অৰ্থনীতি বিজ্ঞানজেমছ এ. মিৰলেছ James A. Mirrlees"অসমত তথ্যৰ ভিতৰৰ কাৰক সম্বন্ধীয় তেওঁলোকৰ বুনিয়াদী গৱেষণাৰ বাবে" ("for their fundamental contributions to the economic theory of incentives under asymmetric information")
উইলিয়াম ভাইক্ৰে William Vickrey

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯৬)” প্ৰবন্ধৰ সংশোধন ২০৬৯৪১ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।