অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৯৫)

১৯৯৫ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

১৯৯৫ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানমাৰ্টিন এল. পাৰ্ল Martin L. Perl২০০৫ চনৰ পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা "লেপ্টন পদাৰ্থবিজ্ঞানলৈ প্ৰায়োগিক অৱদানৰ বাবে" আগবঢ়োৱা হয়। যুটীয়া ভাৱে বঁটাৰ আধা অংশ মাৰ্টিন এল. পাৰ্ল-লৈ তেখেতৰ "টাও লেপ্টনৰ আৱিষ্কাৰৰ বাবে", আৰু আধা ভাগ ফ্ৰেডৰিক ৰেইনছ-লৈ "নিউট্ৰিন' ধৰা পেলোৱাৰ বাবে" আগবঢ়োৱা হয়। (The Nobel Prize in Physics 1995 was awarded "for pioneering experimental contributions to lepton physics" jointly with one half to Martin L. Perl "for the discovery of the tau lepton" and with one half to Frederick Reines "for the detection of the neutrino".)
No free image man (as).pngফ্ৰেডৰিক ৰেইনছ Frederick Reines
২ৰসায়ন বিজ্ঞানNo free image man (as).pngপল জে. ক্ৰুটজেন Paul J. Crutzen"পাৰিবেশিক ৰসায়নৰ ওপৰত কৰা কামৰ বাবে, বিশেষকৈ অ'জনৰ গঠন আৰু অপঘটন সম্পৰ্কীয় কৰ্মৰ বাবে" ("for their work in atmospheric chemistry, particularly concerning the formation and decomposition of ozone")
No free image man (as).pngমেৰিঅ' জে. মলিনা Mario J. Molina
No free image man (as).pngএফ. ছেৰউড ৰ'লেণ্ড F. Sherwood Rowland
৩ফিজিঅ'লজী বা মেডিচিনNo free image man (as).pngএড্‌ৱাৰ্ড বি. লিৱিছ Edward B. Lewis"প্ৰাৰম্ভিক ভ্ৰূণীয় বিকাশ-ত জিনীয় নিয়ন্ত্ৰণ সম্পৰ্কীয় আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning the genetic control of early embryonic development")
No free image man (as).pngক্ৰিষ্টিয়েন নুছলীন-ভলাৰ্ড Christiane Nüsslein-Volhard
No free image man (as).pngএৰিক এফ. ৱেইছক্‌ছ Eric F. Wieschaus
৪সাহিত্যSeamus Heaney 2004.jpgছীমাছ হীনী Seamus Heaney"তেখেতৰ কৰ্মৰ গীতিময়তা আৰু নৈতিক গভীৰতাৰ বাবে, যিয়ে দৈনন্দিন আশ্চৰ্য আৰু সতেজ অতীতক গৌৰাৱান্বিত কৰি তোলে" ("for works of lyrical beauty and ethical depth, which exalt everyday miracles and the living past")
৫ন'বেল শান্তি বঁটাজোছেফ ৰট্‌ব্লেট Joseph Rotblatবাসস্থান:"আন্তৰ্জাতিক ৰাজনীতিত আণৱিক অস্ত্ৰৰ ভূমিকা লঘূ কৰি, অদূৰ ভৱিষ্যতে তেনে অস্ত্ৰ নিৰ্মূল কৰাৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে" ("for their efforts to diminish the part played by nuclear arms in international politics and, in the longer run, to eliminate such arms")
বিজ্ঞান আৰু বিশ্ব পৰিঘটনাৰ পাগ্‌ৱাছ সন্মিলনী Pugwash Conferences on Science and World Affairs
৬অৰ্থনীতি বিজ্ঞানৰবাৰ্ট ই. লুকাছ, কনিষ্ঠ Robert E. Lucas Jr."যৌক্তিক আকাংক্ষা প্ৰকল্পৰ বিকাশ আৰু প্ৰয়োগৰ বাবে, যাৰ ব্যৱহাৰে 'বৃহৎ অৰ্থনীতি'ৰ বিশ্লেষণত পৰিৱৰ্তন আনি অৰ্থনৈতিক নীতিক গভীৰ ভাৱে বুজাত সহায় কৰিছে" ("for having developed and applied the hypothesis of rational expectations, and thereby having transformed macroeconomic analysis and deepened our understanding of economic policy")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯৫)” প্ৰবন্ধৰ সংশোধন ২০৬৯৪০ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।