এই বছৰৰ ন'বেল বঁটা দিয়া হয় "ঘনীভূত বস্তুৰ অধ্যয়নৰ বাবে ব্যৱহৃত নিউট্ৰন বিচ্ছুৰণ প্ৰণালী-ৰ বিকাশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে"। যুটীয়া ভাৱে প্ৰদান কৰা বঁটাৰ আধা অংশ বাৰ্ট্ৰাম এন. ব্ৰকহাউছ-লৈ "নিউট্ৰন বৰ্ণালীবিজ্ঞানৰ বিকাশৰ বাবে" আগবঢ়োৱা হয়, আৰু আধা অংশ আগবঢ়োৱা হয় ক্লিফ'ৰ্ড জি. শ্বেল-লৈ, তেখেতে "বিকাশ কৰা নিউট্ৰন অপৱৰ্তন পদ্ধতিৰ বাবে" ("The Nobel Prize in Physics 1994 was awarded "for pioneering contributions to the development of neutron scattering techniques for studies of condensed matter" jointly with one half to Bertram N. Brockhouse "for the development of neutron spectroscopy" and with one half to Clifford G. Shull "for the development of the neutron diffraction technique".)
ক্লিফ'ৰ্ড জি. শ্বেল Clifford G. Shull
২
ৰসায়ন বিজ্ঞান
জৰ্জ এ. ওলেহ George A. Olah
"কাৰ্ব'কেছন ৰসায়নৰ বাবে তেখেতে আগবঢ়োৱা অৱদানৰ বাবে"("for his contribution to carbocation chemistry")
৩
ফিজিঅ'লজী বা মেডিচিন
আলফ্ৰেড জি. গিলমেন Alfred G. Gilman
"g-প্ৰ'টিনৰ আৱিষ্কাৰ আৰু কোষৰ ভিতৰত সংকেত পাৰক্ৰমণ-ত ইয়াৰ ভূমিকা আৱিষ্কাৰৰ বাবে" ("for their discovery of G-proteins and the role of these proteins in signal transduction in cells")
মাৰ্টিন ৰডবেল Martin Rodbell
৪
সাহিত্য
কেঞ্জাবুৰো ওএ Kenzaburo Oe
যিজনে কাব্যৰ শক্তিৰে এনে এক কল্পনাৰ জগত সৃষ্টি কৰে, য'ত জীৱন আৰু কল্পনা ঘনীভূত হৈ আজিৰ মানুহৰ দুৰ্দশাৰ এক অস্থিৰ ছবি ফুটি উঠে" ("who with poetic force creates an imagined world, where life and myth condense to form a disconcerting picture of the human predicament today")
৫
ন'বেল শান্তি বঁটা
য়াছেৰ আৰাফাট Yasser Arafat
"মধ্য প্ৰাচ্যত শান্তিৰ বাবে তেওঁলোকে কৰা প্ৰচেষ্টাৰ বাবে" ("for their efforts to create peace in the Middle East")
ছিমন পেৰেজ Shimon Peres
য়াট্ঝেক ৰবিন Yitzhak Rabin
৬
অৰ্থনীতি বিজ্ঞান
জন চি. হাৰ্ছানী John C. Harsanyi
"অসহযোগ খেল-ৰ তত্বত সমতাৰ অগ্ৰণী বিশ্লেষণৰ বাবে" ("for their pioneering analysis of equilibria in the theory of non-cooperative games")