অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৯২)

১৯৯২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

১৯৯২ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানজৰ্জেছ চাৰ্পাক Georges Charpak"তেখেতে আৱিষ্কাৰ আৰু বিকাশ কৰা কণা সংসূচকৰ বাবে, বিশেষকৈ বহুতাঁৰযুক্ত অনুপাতিক প্ৰকোষ্ঠৰ বাবে" "("for his invention and development of particle detectors, in particular the multiwire proportional chamber")
২ৰসায়ন বিজ্ঞানNo free image man (as).pngৰুডল্ফ এ. মাৰ্কাছ Rudolph A. Marcus"ৰাসায়নিক প্ৰণালীত ইলেক্ট্ৰন পৰিবহন বিক্ৰিয়াৰ তত্বলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবে" ("for his contributions to the theory of electron transfer reactions in chemical systems")
৩ফিজিঅ'লজী বা মেডিচিনNo free image man (as).pngএড্‌মাণ্ড এইচ. ফিছাৰ Edmond H. Fischerজৈৱিক নিয়ন্ত্ৰণ পদ্ধতি হিচাপে পৰাবৰ্তনীয় প্ৰ'টিন ফছফৰিলেছন সম্পৰ্কীয় তেখেতসকলৰ আৱিষ্কাৰৰ বাবে" ( "for their discoveries concerning reversible protein phosphorylation as a biological regulatory mechanism")
No free image man (as).pngএড্‌ৱিন জি. ক্ৰেব্‌ছ Edwin G. Krebs
৪সাহিত্যNo free image man (as).pngডেৰেক ৱালকট Derek Walcott"মহত্ত্বতাৰে আলোকিত, ঐতিহাসিক দূৰদৃষ্টিসম্পন্ন তেখেতৰ কবিতা সমস্তৰ বাবে, যিবোৰ বহুসংস্কৃতিৰ প্ৰতি সমানে দায়বদ্ধ" ("for a poetic oeuvre of great luminosity, sustained by a historical vision, the outcome of a multicultural commitment")
৫ন'বেল শান্তি বঁটাNo free image man (as).pngৰিগ'বেৰ্টা মেঞ্চু টুম Rigoberta Menchú Tum"দেশীয় জনগণৰ অধিকাৰক ভিত্তি কৰি সামাজিক ন্যায় আৰু নৃ-কৃষ্টীয় সমন্বয় বৃদ্ধিৰ বাবে তেখেতে কৰা কৰ্মৰ স্বীকৃতি স্বৰূপে" ("in recognition of her work for social justice and ethno-cultural reconciliation based on respect for the rights of indigenous peoples")
৬অৰ্থনীতি বিজ্ঞানNo free image man (as).pngগেৰী এছ. বেকাৰ Gary S. Becker"ক্ষুদ্ৰ অৰ্থনীতিৰ বিশ্লেষণক আৰু বহল পৰিসৰলৈ নি মানৱীয় আচাৰ আৰু অন্তৰাক্ৰিয়া বিশ্লেষণত প্ৰয়োগ কৰা, লগতে অবাণিজ্যিক আচাৰৰ ক্ষেত্ৰতো প্ৰয়োগ কৰাৰ বাবে" ("for having extended the domain of microeconomic analysis to a wide range of human behaviour and interaction, including nonmarket behaviour")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯২)” প্ৰবন্ধৰ সংশোধন ২০৬৯৩৭ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।