অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ন'বেল বঁটা (১৯৯১)

১৯৯১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

হালনাগাদ: ১৫ অক্টোবৰ ২০১৯ ২৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

১৯৯১ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:

#শাখাআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
১পদাৰ্থ বিজ্ঞানপিয়েৰ-জিলা ডি জেনিছ Pierre-Gilles de Gennes"তেখেতে কৰা আৱিষ্কাৰ যে সৰল প্ৰণালীৰ পৰিঘটনা ক্ৰমৰ অধ্যয়নক জটিল প্ৰণালীৰ অধ্যয়নৰ বাবেও প্ৰয়োগ কৰিব পাৰি, বিশেষকৈ জুলীয়া ক্ৰিষ্টেল আৰু পলিমাৰ (বহুযোগী মৌল)-ৰ ক্ষেত্ৰত " ("for discovering that methods developed for studying order phenomena in simple systems can be generalized to more complex forms of matter, in particular to liquid crystals and polymers")
২ৰসায়ন বিজ্ঞানNo free image man (as).pngৰিচাৰ্ড আৰ. আৰ্ন্‌ষ্ট Richard R. Ernst"অতি বেভদন সম্পন্ন নিউক্লীয় চুম্বকীয় অনুনাদ (NMR) বৰ্ণালীবিজ্ঞান প্ৰণালীৰ বিকাশৰ বাবে তেখেতৰ আগবঢ়োৱা অৱদানৰ বাবে" ("for his contributions to the development of the methodology of high resolution nuclear magnetic resonance (NMR) spectroscopy")
৩ফিজিঅ'লজী বা মেডিচিনNo free image man (as).pngএৰৱিন নেহেৰ Erwin Neher"কোষৰ ভিতৰৰ একক আয়নীয় চেনেলৰ কাৰ্য সম্পৰ্কীয় তেওঁলোকৰ আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning the function of single ion channels in cells")
No free image man (as).pngবাৰ্ট ছেক্‌মেন Bert Sakmann
৪সাহিত্যNo free image man (as).pngনাডিন গৰ্ডিমাৰ Nadine Gordimer"যিয়ে তেখেতৰ মহাকাব্যিক লেখনীৰে--আলফ্ৰেড ন'বেলৰ ভাষাত--মানৱীয়তাৰ উৎকৰ্ষৰ বাবে মহান কাৰ্য কৰি গৈছে" ("who through her magnificent epic writing has - in the words of Alfred Nobel - been of very great benefit to humanity")
৫ন'বেল শান্তি বঁটাNo free image man (as).pngআং ছান ছু কি Aung San Suu Kyi"গণতন্ত্ৰ আৰু মানৱাধিকাৰৰ এখেতে চলাই যোৱা অহিংস আন্দোলনৰ বাবে" ("for her non-violent struggle for democracy and human rights")
৬অৰ্থনীতিNo free image man (as).pngৰ'নাল্ড এইচ. ক'ছ Ronald H. Coase"অৰ্থনীতিত প্ৰতিষ্ঠানৰ গঠন আৰু কৰ্মৰ ওপৰত লেনদেনৰ ব্যয় আৰু সম্পত্তিৰ অধিকাৰৰ গুৰত্ব সম্পৰ্কীয় তেখেতৰ আৱিষ্কাৰৰ বাবে" ("for his discovery and clarification of the significance of transaction costs and property rights for the institutional structure and functioning of the economy")

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

বৰ্ষ অনুসৰি ন'বেল বঁটা বিজয়ীৰ তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯১)” প্ৰবন্ধৰ সংশোধন ২০৬৯৩৬ (১৫ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।