১৯৯০ বৰ্ষৰ ন'বেল বঁটা বিজয়ীৰ তালিকা:
| # | শাখা | আলোকচিত্ৰ | বিজেতা | নাগৰিকত্ব | অৱদান |
|---|---|---|---|---|---|
| ১ | পদাৰ্থ বিজ্ঞান | জেৰ'ম আই. ফ্ৰীডমেন Jerome I. Friedman | "প্ৰট'ন আৰু বদ্ধ নিউট্ৰনৰ ওপৰত ইলেকট্ৰনৰ গভীৰ অস্থিতিস্থাপক বিচ্ছুৰণ সম্পৰ্কীয় তেখেতসকলৰ অগ্ৰণী পৰীক্ষালানিৰ বাবে, যিবোৰ কণা পদাৰ্থবিজ্ঞানৰ কোৱাৰ্ক আৰ্হিৰ বিকাশৰ বাবে অতি আৱশ্যকীয় আছিল" ("for their pioneering investigations concerning deep inelastic scattering of electrons on protons and bound neutrons, which have been of essential importance for the development of the quark model in particle physics") | ||
| হেনৰী ডব্লিউ. কেণ্ডেল Henry W. Kendall | |||||
| ৰিচাৰ্ড ই. টেইলৰ Richard E. Taylor | |||||
| ২ | ৰসায়ন বিজ্ঞান | ইলিয়াছ জেম্ছ কৰী Elias James Corey | "জৈৱ সংশ্লেষণৰ তত্ব আৰু প্ৰণালী-ৰ বিকাশৰ বাবে" ("for his development of the theory and methodology of organic synthesis") | ||
| ৩ | ফিজিঅ'লজী বা মেডিচিন | জোছেফ ই. মুৰে Joseph E. Murray | "মানৱ দেহৰ ৰোগ নিৰসনৰ বাবে অংগ আৰু কোষ প্ৰতিস্থাপনৰ দিশত তেওঁলোকে কৰা আৱিষ্কাৰৰ বাবে" ("for their discoveries concerning organ and cell transplantation in the treatment of human disease") | ||
| ই. ড'নেল টমাছ E. Donnall Thomas | |||||
| ৪ | সাহিত্য | অক্টাৱিয়' পাছ Octavio Paz | "উন্মুখ দিগন্ত বিয়পা শক্তিশালী লেখাবোৰৰ বাবে, চিত্তাকৰ্ষক বুদ্ধিমত্তা আৰু মানৱীয় সমস্ততা যাৰ বৈশিষ্ট" ("for impassioned writing with wide horizons, characterized by sensuous intelligence and humanistic integrity") | ||
| ৫ | নোবেল শান্তি বঁটা | মিখাইল ছেৰ্গেয়েভিচ্ গৰ্বাচেভ Mikhail Sergeyevich Gorbachev | "শান্তি প্ৰতিষ্ঠাৰ বাবে তেখেতে লোৱা অগ্ৰণি ভূমিকাৰ বাবে, যিয়ে আন্ত:ৰাষ্ট্ৰীয় সমাজৰ বৰ্তমানত বিশেষ গুৰত্ব লাভ কৰিছে" ("for his leading role in the peace process which today characterizes important parts of the international community") | ||
| ৬ | অৰ্থনীতি বিজ্ঞান | হেৰী এম. মাৰ্ক'ৱিট্জ Harry M. Markowitz | "ব্যৱস্থাপনা অৰ্থনীতি বিষয়ত তেওঁলোকে কৰা অগ্ৰণী গৱেষণাৰ বাবে" ("for their pioneering work in the theory of financial economics") | ||
| মাৰ্টন এইচ. মিলাৰ Merton H. Miller | |||||
| উইলিয়াম এফ. ছাৰ্পি William F. Sharpe |
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা (১৯৯০)” প্ৰবন্ধৰ সংশোধন ২৫৭২৪৯ (২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।