খেওড়া বাংলাদেশৰ পূব-মধ্য অঞ্চলৰ এখন গাঁও।১ ই বাংলাদেশৰ চিটাগাং বিভাগৰ ব্ৰাহ্মণবাড়িয়া জিলাৰ কছবা উপজিলাৰ মেহাৰী ইউনিয়নৰ অন্তৰ্গত।২ প্ৰশাসনিকভাৱে, গাঁওখন মেহাৰী ইউনিয়নৰ ৭ আৰু ৮ নং ৱাৰ্ডত বিভক্ত। হিন্দু আধ্যাত্মিক সাধু আনন্দময়ী মাৰ জন্মস্থান হিচাপে গাঁওখন পৰিচিত।৩৪৫
জনসংখ্যা
২০১১ চনৰ বাংলাদেশৰ লোকপিয়ল অনুসৰি খেওড়া গাঁৱৰ মুঠ জনসংখ্যা ৩৬৯৭ জন।৬
ভৌগোলিক অৱস্থান
খেওড়া গাঁৱৰ পশ্চিমে পুৰকুইল গাঁও, দক্ষিণ-পশ্চিমে বাহাৰ আটা, দক্ষিণে বামুটিয়া আৰু বুগীৰ গাঁও, পূবে সোনাৰগাঁও আৰু দেলী গাঁও, উত্তৰ-পূবে পাতাইছাৰ গাঁও অৱস্থিত। ইয়াৰ ভিতৰত পুৰকুইল, বাহাৰ আটা আৰু বামুটীয়া গাঁওসমূহ একেটা ইউনিয়নত অৱস্থিত৭ আনহাতে বুগীৰ, সোনাৰগাঁও, দেলী আৰু পাতাইছাৰ গাঁওসমূহ খাড়েৰা ইউনিয়নৰ অন্তৰ্গত।
বিশিষ্ট ব্যক্তি
- আব্দূৰ ৰহিম — বীৰ বিক্ৰম উপাধি লাভ কৰা মুক্তিযোদ্ধা৮
- মা আনন্দময়ী (১৮৯৬–১৯৮২) — হিন্দু আধ্যাত্মিক সাধু।৯১০
শিক্ষানুষ্ঠান
গাঁওখনত এখন হাইস্কুল আৰু দুখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে:
আকৰ্ষণীয় স্থানসমূহ
লগতে চাওক
তথ্যসূত্ৰ
- ↑ প্ৰতিনিধি, ব্ৰাহ্মণবাড়িয়া. বাংলাদেশ-ভাৰত সম্পৰ্ক এখন সবচেয়ে ভালো: পঙ্কজ শৰণ. bdnews24
- ↑ মেহাৰী ইউনিয়ন: গ্ৰামসমূহেৰ তালিকা. জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ
- ↑ (2014-10-21). মঙ্গলবাৰ কসবায় আসছেন ভাৰতীয় হাইকমিশনাৰ. banglanews24.com
- ↑ (2022). হিন্দুধৰ্ম ও নৈতিক শিক্ষা (৩য় শ্ৰেণি). জাতীয় শিক্ষাক্ৰম ও পাঠ্যপুস্তক বোৰ্ড. পৃ. ১৪-১৬
- ↑ Narayan Chander Saha ( Moni). The Birth Place at Kheora (Bangladash). Shree Shree Anandamayee Sangha
- ↑ মেহাৰী ইউনিয়ন: গ্ৰাম ভিত্তিক লোকসংখ্যা. জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ
- ↑ মেহাৰী ইউনিয়ন: গ্ৰামসমূহেৰ তালিকা. জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ
- ↑ ডেস্ক, প্ৰথম আলো. আবদূৰ ৰহিম, বীৰ বিক্ৰম. চিৰন্তন ১৯৭১ · প্ৰথম আলো
- ↑ Monoranjan Ghosh
- ↑ চক্ৰবৰ্তী, গঙ্গেশচন্দ্ৰ. (১৯৬৭). পৰমযোগিনী আনন্দময়ী মা (প্ৰথম পৰ্ব). এ মুখাৰ্জী অ্যাণ্ড কোম্পানি প্ৰাইভেট লিমিটেড
- ↑ ব্ৰাহ্মণবাড়িয়া জেলা: অন্যান্য শিক্ষা প্ৰতিষ্ঠান তালিকা (মাধ্যমিক বিদ্যালয়). জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ
- ↑ ব্ৰাহ্মণবাড়িয়া জেলা: অন্যান্য শিক্ষা প্ৰতিষ্ঠান তালিকা (প্ৰাথমিক বিদ্যালয়). জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ
- ↑ Sri Ma Anandamayi » Ashram Contact Details. www.anandamayi.org
- ↑ শ্ৰী শ্ৰী মা আনন্দময়ী আশ্ৰম (মেহাৰী ইউনিয়ন). জাতীয় তথ্য বাতায়ন. বাংলাদেশ সৰকাৰ
- ↑ Md Abu Russel Chowdhury
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খেওড়া” প্ৰবন্ধৰ সংশোধন ৫৬৬৪২৮ (২৮ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।