Carnatic music
৫ প্ৰবন্ধ
-
নিষাদ (স্বৰ)
নিষাদ (निषाद ) হৈছে হিন্দুস্থানী সংগীত আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত সপ্তম আৰু শেষ স্বৰ। নিষাদ হৈছে नी (Ni) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
মধ্যম (স্বৰ)
মধ্যম হৈছে হিন্দুঃস্থানী সংগীত আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত চতুৰ্থ স্বৰ। এই প্ৰবন্ধটো হিন্দুঃস্থানী দৃষ্টিকোণৰপৰা লিখা হৈছে। মধ্যম হৈছে म শব্দাংশৰ দীঘলীয়া ৰূপ। গীত গাঁৱতে উচ্চাৰণৰ সৰলতাৰ বাবে, মধ্যমক মা (স্বৰলিপি - M) হিচাপে উচ্চাৰণ কৰা হয়। ইয়াক দেৱনাগৰী লিপিত মধ্যম বুলিও কোৱা হয়।
-
ধৈৱত (স্বৰ)
ধৈৱত (धैवत ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত ষষ্ঠ আৰু শেষৰ আগৰ স্বৰ। ধৈৱত হৈছে ध (Dha) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
পঞ্চম (স্বৰ)
পঞ্চম (पञ्चम ) হৈছে হিন্দুঃস্থানী আৰু কৰ্ণাটক সংগীতৰ সাতটা স্বৰৰ ভিতৰত পঞ্চম স্বৰ। পঞ্চম হৈছে प (Pa) শব্দাংশৰ দীঘলীয়া ৰূপ।
-
সৰস্বতী বীণা
সৰস্বতী বীণা (ইয়াক Saraswati veena বুলিও লিখা হয়) (సరస్వతి వీణ, ಸರಸ್ವತಿ ವೀಣೆ, சரஸ்வதி வீணை, মালয়ালম: സരസ്വതി വീണ) হৈছে এটা প্ৰাচীন ভাৰতীয় টনা বীণা। ইয়াক হিন্দু দেৱী সৰস্বতীৰ নামেৰে নামকৰণ কৰা হৈছে, যাক সাধাৰণতে এই যন্ত্ৰ ধৰি বা বজাই থকা হিচাপে চিত্ৰিত কৰা হয়।