যাদুবিদ্যা
৫ প্ৰবন্ধ
-
ডাইনীবিদ্যা
ডাইনীবিদ্যা বা ডাকিনীবিদ্যা বা ৱিচ্চক্ৰাফ্ট (Witchcraft) হৈছে এনে এক বিদ্যা বা অনুশীলন যাৰ অনুশীলনকাৰীয়ে (ডাইনী বা ডাকিনী) নিজৰ অতিপ্ৰাকৃতিক দক্ষতা আৰু সামৰ্থ্য থকা বুলি বিশ্বাস কৰে। ইয়াৰ ভিতৰত আছে মন্ত্ৰ প্ৰয়োগ আৰু যাদুকৰী ৰীতি-নীতিৰ প্ৰদৰ্শন।
-
নেক্ৰোমেন্সি
নেক্ৰোমেন্সি (Nacromancy) বা মৃতকৰ আহ্বান হৈছে যাদু বা ক'লাযাদুৰ জৰিয়তে মৃতকসকলৰ সৈতে কৰা একপ্ৰকাৰৰ যোগাযোগ স্থাপন। এনে যোগাযোগ স্থাপনৰ জৰিয়তে মৃত ব্যক্তিৰ আত্মাক স্পৰ্শ কৰিব পৰা অৱয়ব বা দৃশ্যমান ৰূপত আহ্বান জনোৱা হয়।
-
পপেট
লোকযাদু আৰু যাদুবিদ্যাত পপেট (Poppet) (পপেট, মপেট, বা পপি বুলিও জনা যায়) হৈছে কোনো ব্যক্তিক প্ৰতিনিধিত্ব কৰিবলৈ, সেই ব্যক্তিজনৰ ওপৰত মন্ত্ৰ চলাবলৈ বা যাদুৰ জৰিয়তে সেই ব্যক্তিজনক সহায় কৰিবলৈ নিৰ্মাণ কৰা পুতলা।মাজে মাজে পপেটক চিমনিত সোমাই থকা দেখা যায়।এই পুতলাবোৰক খোদিত শিপা, শস্য বা কুঁহিয়াৰৰ…
-
বগা যাদু
হোৱাইট মেজিক বা বগা যাদু বা শ্বেত যাতুক পৰম্পৰাগতভাৱে অলৌকিক শক্তি বা যাদুক নিস্বাৰ্থ উদ্দেশ্যত ব্যৱহাৰ কৰা বুলি কোৱা হৈছে। বগা যাদু কৰাসকলক জ্ঞানী পুৰুষ বা মহিলা, ৰোগ নিৰাময়কাৰী, বগা ডাইনী বা যাদুকৰ আদি উপাধি দিয়া হৈছে ৷ এই লোকসকলৰ বহুতেই বংশগত ৰেখাৰ জৰিয়তে বা জীৱনৰ পিছৰ কোনো পৰিঘটনাৰ দ্বাৰা…
-
হট ফুট পাউদাৰ
হট ফুট পাউদাৰ আফ্ৰিকান আমেৰিকান হুডু জাতিৰ লোকসকলে যাদুৰে অবাঞ্চিত মানুহক খেদি পঠিয়াবলৈ ব্যৱহাৰ কৰা দেখা যায়।